• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃতিক প্ৰত্যাহ্বান! সূৰ্যতকৈও দহ গুণ বেছি উত্তপ্ত কৃত্ৰিম সূৰ্য সাজি উলিয়ালে এইখন দেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 10:42 am
China-turns-on
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে  বিজ্ঞানীসকলে এনে বহু আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে যিবোৰে মানুহৰ জীৱন সহজ আৰু আৰামী কৰি তুলিছে।

বিজ্ঞানৰ বহু আৱিষ্কাৰে আকৌ প্ৰকৃতিকেই প্ৰত্যাহ্বান জনোৱাৰ উপক্ৰম ঘটাইছে।

প্ৰকৃতিক প্ৰত্যাহ্বান জনোৱা এনে আৱিষ্কাৰ কৰিছে চীনে।চীনে শেহতীয়াকৈ সাজি উলিয়াইছে এটা কৃত্ৰিম সূৰ্য।

লক্ষ্যণায় কথাটো হ’ল চীনে সাজি উলিওৱা কৃত্ৰিম সূ৪যৰ ক’ৰ’ণা অংশৰ তাপমাত্ৰা প্ৰকৃত সূৰ্যৰ ক’ৰ’ণা অংশতকৈ ১০ গুণ বেছি উষ্ণ।

চীনৰ  ছিচুৱান প্ৰদেশত থকা HL-2M Tokamak পাৰমাণৱিক কেন্দ্ৰত সৃষ্টি কৰা হৈছে এই কৃত্ৰিম সূৰ্য।

পাৰমাণৱিক শক্তিৰ সহায়ত সাজি উলিওৱা এই কৃত্ৰিম সূৰ্যৰ তাপমাত্ৰা হৈছে ১৫০ নিযুত ডিগ্ৰী চেলচিয়াছ।

পাৰমাণৱিক ফিউজনৰ মাধ্যমেৰে সৃষ্টি কৰা  এই কৃত্ৰিম সূৰ্যই প্ৰকৃত সূৰ্যৰ পৰিপূৰক হিচাবে কাম কৰিব পাৰিব বুলি আশা কৰা হৈছে।

২০০৬ চনৰ পৰাই চীনে কৃত্ৰিম সূৰ্য নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে। অৱশেষত দেশ খনে এই ক্ষেত্ৰত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে।

বিজ্ঞানীসকলৰ মতে এটা সময়ত সূৰ্যৰ শক্তি কমি আহিব আৰু সূৰ্যৰ মৃত্যুও ঘটিব।

তেতিয়াই হয়তো প্ৰয়োজন আহি পৰিব কৃত্ৰিম সূৰ্যৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd