• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডত মিত্ৰজোঁট চৰকাৰে অসৎ পন্থাৰে কৃতিত্ব বোটোলাৰ অভিযোগ এন পি এফৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 11:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দল নাগা পীপলছ ফ্ৰণ্টে অভিযোগ তুলিছে যে নেইফিউ ৰিঅ’ৰ নেতৃত্বত গঠন হোৱা পীপলছ ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে  ইয়াৰ কোনো অৰিহণা নথকা কামৰ বাবে অন্যায়ভাৱে কৃতিত্ব বোটোলাৰ ‍প্ৰচেষ্টা চলাই আছে।  বিৰোধী দলটোৱে আৰু অভিযোগ তুলিছে যে নৱগঠিত চৰকাৰখনে অত্যন্ত স্বাৰ্থপৰতাৰে যুক্তিহীনভাৱে  মনোযোগৰ কেন্দ্ৰ হৈছে।

উল্লেখ্য যে ৰিঅ’ নেতৃত্বাধীন পিডিএ চৰকাৰখনে নাগালেণ্ড লোকসেৱা আয়োগৰ নিয়োগ আৰু গঠন নীতিৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিব বুলি ঘোষণা কৰাৰ পিছতে এন পি এফ দলে এটা বিবৃতি যোগে এই অভিযোগ আনিছে।

Apply Now

দলটোৱে বিবৃতিটোত কয় যে এন পি এছ চিৰ নিয়োগ নীতিৰ ক্ষেত্ৰত কৰা সংশোধনী আৰু সংস্কাৰৰ প্ৰক্ৰিয়াটো কাৰ নেতৃত্বত জন্ম লাভ কৰিছিল তাক বুজাটো অত্যন্ত জৰুৰী।

বিবৃতিটোত কোৱা হৈছে যে, যুৱ আৰু উদ্যমী, নাগালেণ্ড লোকসেৱা আয়োগৰ প্ৰাৰ্থিত্ব প্ৰয়াসী (পিএছএএন) গোটোৱে এনপিএছচিৰ নিযুক্তি নীতিৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে দাবী কৰি আহিছিল। গোটটোৰ এই আহ্বানৰ প্ৰতি সঁহাৰি দিয়েই নাগালেণ্ডৰ তদানীন্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে ২০১৭ চনৰ ডিচেম্বৰত এখন কেবিনেট বৈঠকত বহু প্ৰত্যাশিত লোকায়ুক্ত বিল : ২০১৫ আৰু নাগালেণ্ড লোকসেৱা আয়োগৰ নিয়োগ নীতিৰ সংস্কাৰ সাধন কৰিছিল।

এনপিএফে নৱগঠিত চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘এতিয়া নিৰ্লজ পিডিএ চৰকাৰখনে পূৰ্বৰ চৰকাৰৰ ভাল কামবোৰৰ কৃতিত্ব চুৰ কৰিছে যিটো খুব উদ্বেগপূৰ্ণ কথা। দলটোৱে নিজৰ বিবৃতিটোত আৰু কৈছে যে ৰাজ্যখনৰ উচ্চতম নিয়োগৰ ক্ষেত্ৰখনত নিকা আৰু মেধাতন্ত্ৰ বাহাল ৰখাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে ভূতপূৰ্ব মুখ্য মন্ত্ৰী জেলিয়াং আৰু নাগালেণ্ডৰ লোকসেৱা আয়োগৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ (পিএছএএন) গোটটো প্ৰশংসাৰ যোগ্য আৰু তেওঁলোকৰ প্ৰচেষ্টা উলাই কৰিব নোৱাৰি।

‘এতিয়ালৈকে দপ্তৰ বিতৰণৰ ক্ষেত্ৰত হৈ থকা অন্তৰ্কলহৰ নিষ্পত্তি নোহোৱাকৈ আৰু এখনো কেবিনেট বৈঠকত এই বিষয়টো আলোচনা নকৰাকৈ পিডিএ নেতৃত্বাধীন চৰকাৰে এনে এটা সংস্কাৰ সাধন কৰিবলৈ সক্ষম বুলি ভবাটো যুক্তি-বুদ্ধিসম্পন্ন লোকৰ কল্পনাৰো অগোচৰ।‘ এন পি এফে বিবৃতিটোত এইদৰে কয়।

‘নিজে নকৰা কামৰ বাবে কৃতিত্ব চুৰ কৰাটো এৰি পি ডি এই নিজৰ ‘পৰিৱৰ্তন আহি আছে’ মন্ত্ৰটো বাস্তৱত ৰূপায়িত কৰি দেখুৱাব লাগে’ বুলি প্ৰত্যাহ্বন জনাইছে এনপিএফ দলটোৱে।

এনপিএফে বিবৃতিটোত আৰু কৈছে যে দলটোৱে এটা গঠনমূলক বিৰোধী দলৰ ভূমিকা ল’বলৈ সাজু আছে আৰু পি ডি এ চৰকাৰে ৰাইজৰ প্ৰয়োজন আৰু ইচ্ছাৰ সৈতে তাল মিলাই চলিব বিচাৰে নে নাই সেয়া দলটোৱে জানিব বিচাৰে।

বিবৃতিটোত আৰু কোৱা হৈছে,’এজন পুতলা নেতাই ৰাইজক নেতৃত্ব দিব নোৱাৰে, যিটো ৰিঅ’ চৰকাৰ গঠনৰ বেলিকা সুস্পষ্ট হৈ পৰিছে।‘

নিজৰ দলৰ কল্যাণৰ বাবে আনৰ দলৰ ক্ষতি কৰা নেতাৰ স্বভাৱ গ্ৰহণ কৰা ৰিঅ’য়ে নিজৰ দলক তোষামোদ কৰা  আৰু পিছলৈ ঘূৰি নোচোৱাকৈ সমুখৰ পৰা নেতৃত্ব দিয়াৰ নীতি গ্ৰহণ কৰিছে যাৰ ফলত এদিন তেওঁৰ অনুগামীসকলে তেওঁক সম্পূৰ্ণ ত্যাগ কৰিব বুলি বিবৃতিটোত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd