• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৮ বছৰৰ ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ অৱসৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2020 12:15 pm
6.5k
VIEWS
Share on FacebookShare on Twitter

১৮ বছৰৰ কেৰিয়াৰৰ অৱসন ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলে আজি টুইটৰৰ জৰিয়তে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

মাত্ৰ ১৭ বছৰ বয়সতে ২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটা পাৰ্থিৱ পেটেলে দেশৰ হৈ ২৫খন টেষ্ট, ৩৮খন এদিনীয়া আৰু দুখন টি-২০ মেচত অংশ লৈছিল।

টেষ্টত তেওঁ ৩১.১৩ গড়ে ৯৩৪ ৰান কৰে।

পাৰ্থিৱে অন্তিমবাৰৰ বাবে ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জোহান্সবাৰ্গত দেশৰ হৈ টেষ্ট মেচত অংশ লৈছিল।

তেওঁ টুইটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ সামৰাৰ কথা উল্লেখ কৰি বিচিচিআই, গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ লগতে তেওঁৰ শুভাকাংশীসকলক ধন্যবাদ জ্ঞাপন কৰে।

পাৰ্থিৱে ৰঞ্জি ট্ৰফিত গুজৰাটৰ হৈ ১৯৪খন মেচ খেলি ১১,০০০ ৰো অধিক ৰান সংগ্ৰহ কৰাৰ উপৰি এই বৰ্ণিল কেৰিয়াৰত ২৭টা শতক আৰু ৬৭টা অৰ্ধশতক অৰ্জন কৰিছিল।

তেওঁ কিছু ছিজনত গুজৰাটক নেতৃত্ব প্ৰদান কৰিছিল আৰু তেওঁৰ নেতৃত্বতে গুজৰাটে প্ৰথমবাৰৰ বাবে ২০১৬-১৭ ছিজনত চেম্পিয়ন হৈছিল।

আই পি এলতো পেটেলে কেইবাটাও দলৰ হৈ খেলি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ আই পি এলত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আদি দলৰ হৈ খেলিছিল।

তেওঁ ৰাজ্যৰ লগতে আই পি এলত সৰ্বমুঠ ২০৪খন টি-২০ মেচ খেলি ২৩টা অৰ্ধশতকৰ সহায়ত ৪,৩০০ ৰান সংগ্ৰহ কৰিছিল।

Recent News

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

বিহাৰৰ খচৰা নিৰ্বাচনী তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰত্যাহাৰঃ ব্যক্তিগত কাৰণ বিচাৰি কৰা আবেদনৰ উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd