• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জালিয়াতিৰ চিকাৰ দেশৰ মুখ্য ন্যায়াধীশৰ মাতৃ; ২.৫ কোটি টকা হৰলুকিৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2020 12:59 pm
WhatsApp Image 2020-12-10 at 12.25.50 PM
5.9k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ জালিয়াতিৰ চিকাৰ হ’ল  স্বয়ং দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ মাতৃ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁৰ পৰা প্ৰায় ২.৫কোটি টকা হৰলুকি কৰি নিয়া হৈছে।

আৰক্ষীয়ে এই ঘটনাত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

নাগপুৰ আৰক্ষীয়ে জানিবলৈ দিছে যে পশ্চিম নাগপুৰত পৰিয়ালৰ কমিউনিটি হল তথা লনৰ চোৱাচিতাৰ কামৰ দায়িত্ব তাপস ঘোষ নামৰ এজন লোকক দিছিল মুখ্য ন্যায়াধীশ গৰাকীৰ ৯৫ বছৰীয়া মাতৃ মুক্ত ব’বডেই।

উক্ত হলটোও বিয়া আৰু আন অনুষ্ঠানৰ বাবে ভাড়া দিয়া হয়। যোৱা ১০বছৰ ধৰি হল চোৱাচিতাৰ কাম চম্ভালিছিল তাপস ঘোষে। ইয়াৰ লগতে আৰ্থিক লেনদেনৰ কামো তেওঁৱে চাইছিল।

এনেদৰে চলি থকাৰ মাজতে যোৱা সোমবাৰে জালিয়াতিৰ বিষয়টো ধৰা পৰে। ব’বডে পৰিয়ালৰ এজন কৰ্মচাৰীয়ে বেংকত টকা জমা থবলৈ গৈ জানিব পাৰে যে হল তথা লনৰ পৰা ভাড়াৰ বাবে যি ধন পোৱা হৈছিল সেয়া নিয়মীয়াকৈ জমা দিয়া হোৱা নাই।

ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীৰ মাতৃয়ে মেনেজাৰ তাপস ঘোষক মাতি পঠিয়াই আৰু বিষয়টো জানিব বিচাৰে।

তাপস ঘোষৰ পৰা সন্তোষজনক উত্তৰ নোপোৱাত ব’বডেৰ মাতৃয়ে সীতাবুলডী থানাত অভিযোগ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। দলটোত নাগপুৰ চিটি আৰক্ষীৰ অৰ্থনৈতিক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াও আছিল। এছআই টিয়ে তাপস ঘোষক চলোৱা জেৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা তাপস ঘোষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দি কয় যে প্ৰাথমিক তদন্তত তাপস ঘোষে  ২.৫ কোটি টকাৰ জালিয়াতি কৰা বুলি অনুমান কৰা হৈছে। বিষয়টোৰ ওপৰত বিতং তদন্ত চলাই থকা হৈছে।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd