• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি সমৰ্থকেই আটাইতকৈ বেছি গো-মাংস ৰপ্তানি কৰে: কংগ্ৰেছ নেতাৰ বিস্ফোৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 10:28 am
Karnataka_Chief_Minister_Siddaramaiah

কৰ্ণাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গো হত্যা বন্ধ কৰাৰ বাবে তিনিদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰে এখন আইন আনিছে। তাৰপাছৰে পৰা বিৰোধীয়ে বিষয়টোক লৈ প্ৰতিবাদ প্ৰদৰ্শন কৰিছে।

ইয়াৰ মাজতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়াই মন্তব্য কৰে যে বিজেপিৰ সমৰ্থকসকলেই গৰুৰ আটাইতকৈ বেছি ৰপ্তানি কৰে।

Apply Now

শুকুৰবাৰে সাংবাদিকৰ আগত জ্যেষ্ঠ কংগ্ৰেথছ নেতাগৰাকীয়ে কয়,’’অতি অবৈজ্ঞানিক স্বৈৰাচাৰী পন্থাৰে এই আইনখন প্ৰণয়ন কৰা হৈছে। আমি গো মাংসৰ ৰপ্তানি বন্ধ হোৱাটো বিচাৰো। এই সম্পৰ্কত গোটেই দেশসতে এখনেই আইন প্ৰণয়ন কৰা হওক। কিন্তি আপোনালোকে যদি ভালদৰে চায় দেখিব যে যিসকল গো মাংসৰ ৰপ্তানিৰ কামত জড়িত হৈ আছে তেওঁলোকৰ বেছিভাগেই বিজেপিৰ সমৰ্থক।‘’

ছিদ্দাৰামাইয়াই এই প্ৰসংগত হিন্দু সাধু স্বামী স্বৰূপানন্দ সৰস্বতীৰ পুৰণি এটা মন্তব্যক অস্ত্ৰ হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

তেওঁ কয়,’’ ২০১৪চনত  নৰেন্দ্ৰ মোদীৰ চৰকাৰ দেশত ক্ষমতালৈ অহাৰ পাছতে গো মাংসৰ ৰপ্তানি বৃদ্ধি পাইছে। বিগত বছৰকেইটাৰ পৰিসংখ্যা চালেই সেইকথাৰ প্ৰমান পোৱা যায়। ২০১২-১৩চনত য’ত ভাৰতে ১০লাখ ৭৬হাজাৰ টন গো মাংস ৰপ্তানি কৰিছিল সেয়া ২০১৪-১৫চনত ১৪.৭৫লাখ টনলৈ বৃদ্ধি পায়। ইয়াৰ পাছৰ তিনি বছৰতো ১৩ লাখ টন ৰপ্তানি কৰা হৈছে।‘’

তেওঁ লগতে কয়, ‘’আমি ভাৱো নিৰ্দিষ্ট কেইখনমান ৰাজ্যত এই আইন প্ৰৱৰ্তন নকৰি গোটেই দেশতে কৰা হওক। কিন্তু সেয়া নকৰি এপিনে লাইচেন্স প্ৰদান কৰি গো মাংস ৰপ্তানিত উৎসাহ যোগোৱা হৈছে। আকৌ আনপিনে কোনো সঠিক চিন্তা-চৰ্চা নকৰাকৈয়ে কৰ’বাত কৰ’বাত গো হত্যা বন্ধৰ আইন প্ৰণয়ন কৰা হৈছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd