• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ ডিচেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱেত বৃহৎ নিযুক্তিৰ প্ৰস্তুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 4:12 pm
521
VIEWS
Share on FacebookShare on Twitter

দেশৰ নিৱনুৱা সকললৈ সুখবৰ কঢ়িয়াই বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই।

১৬ ডিচেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱে মুঠ ১ লাখ ৪০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি প্ৰক্ৰিয়া দেশৰ একৈশখন ৰে’লৱে নিযুক্তি বোৰ্ডে অনুষ্ঠিত কৰিব।

ইতিমধ্যে আৱেদন কৰা প্ৰাৰ্থী সকলৰ পৰীক্ষা সমূহ কোভিড প্ৰট’কল মানি বিভিন্ন পৰীক্ষা কেন্দ্ৰত শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ৰে’লৱে প্ৰকাশ কৰিছে।

‘‘ভাৰতীয় ৰে’লৱেই ১.৪ লাখ খালী পদ পুৰণ কৰাৰ বাবে ২০২০ চনৰ ১৫ ডিচেম্বৰৰ পৰা বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। তিনিটা পৰ্যায়ত এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন স্থানৰ ২.৪৪ কোটিতকৈ অধিক পৰীক্ষাৰ্থীয়ে এই খালী পদ সমূহ পুৰণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব,’’ ভাৰতীয় ৰে’লৱেই টুইটাৰত এইদৰে উল্লেখ কৰে।

আনহাতে, ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা পৰীক্ষা কেন্দ্ৰ সমূহত ৰে’লৱেৰ তৰফৰ পৰা শৰীৰৰ উত্তাপ জোখাৰ ব্যৱস্থা কৰাৰ লগতে চেনিটাইজাৰ আদিৰো ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd