• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ক্ৰূৰ কেন্দ্ৰীয় চৰকাৰ’ : কৃষক আন্দোলনৰ সমৰ্থনত চিঙ্ঘু সীমান্তত আত্মহত্যা এজন ধৰ্মীয় নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 10:55 am
farmersprotests
224
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলনৰ প্ৰাবল্য এতিয়াও স্তিমিত হোৱা নাই। বৰং ন ন স্তৰলৈ গতি কৰিছে এই নিৰন্তৰ কৃষক আন্দোলনে।

হাজাৰ হাজাৰ কৃষকে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু সীমান্তত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰখা সময়তে সংঘটিত হৈছে অন্য এক হৃদয় বিদাৰক ঘটনা।

কৃষক বিদ্ৰোহৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰিতাক বিৰোধ কৰি এজন শিখ ধৰ্মীয় নেতাই আত্মহত্যা কৰিছে চিঙ্ঘু সীমান্তত।

কেন্দ্ৰ চৰকাৰৰ ক্ৰূৰতা উদঘাটন কৰিবলৈ ৬৫ বছৰীয়া বাবা ৰাম সিং নামৰ শিখ ধৰ্মীয় নেতাজনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি জানিব পৰা গৈছে।

হাৰিয়ানাৰ কাৰ্ণল জিলাৰ চিঙ্ঘ্ৰা গাঁৱৰ নিৱাসী ধৰ্মীয় নেতাজনে কৃষক বিদ্ৰোহত অংশ ল’বলৈ বুধবাৰে আহি চিঙ্ঘু সীমান্তৰ বিদ্ৰোহী কৃষকসকলৰ সৈতে চামিল হৈছিল।

বিদ্ৰোহী কৃষক সমদলত যোগ দিয়াৰ পূৰ্বে ধৰ্মীয় নেতাজনে ঘৰত এটা আত্মহত্যাৰ টোকা লিখি থৈ আহিছিল।

“কৃষকসকলে অতি কষ্ট আছে। তেওঁলোকে পথৰ ওপৰত দিন ৰাতি একাকাৰ কৰি বিদ্ৰোহ কৰি আহিছে। চৰকাৰে তেওঁলোকক ন্যায় দিয়া নাই, ক্ৰূৰতাহে প্ৰদৰ্শন কৰি আহিছে। এইদৰো অপযশ সহ্য কৰাতো পাপ। বহুতে তেওঁলোকৰ বঁটাসমূহ চৰকাৰক ঘূৰাই দি আন্দোলনত অংশ লৈছে। সেয়ে মই নিজকে এই আন্দোলনৰ বাবে উছৰ্গা কৰিছো।” বাবা ৰাম সিঙে নিজৰ আত্মহত্যাৰ টোকাত এইদৰে লিখিছে।

ইফালে ধৰ্মীয় নেতাজনে কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনায় নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি নিশ্চিতি প্ৰদান কৰিছে সেনাপত আৰক্ষী অধীক্ষকে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd