• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ৰাষ্ট্ৰীয়তাবাদৰ পোছাক খুলি পুনৰ আঞ্চলিকতাবাদৰ পোছাক পিন্ধিলে কমল কুমাৰ মেধিয়ে

‘যিয়ে আৰএছএছ, বিজেপিৰ কাৰচাজি বুজিব পৰা নাই, তেওঁলোকে আমাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে; কমল কুমাৰ মেধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 21, 2020 8:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী দল এটাৰ পোছাক খুলি পুনৰ আঞ্চলিকতাবাদৰ পোছাক পিন্ধিলে কমল কুমাৰ মেধিয়ে।

২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি কংগ্ৰেছলৈ ঢপলিওৱা কমল কুমাৰ মেধিয়ে পুনৰ ঘৰলৈ উভটি অহা বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিছে।

Apply Now

আজি গীতানগৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত লগত শতাধিক সমৰ্থকক লৈ যোগদান কৰে কমলে কুমাৰ মেধিয়ে।

তেওঁক দলৰ মজিয়ালৈ আদৰণি জনায় মুখ্য আহ্বায়ক ভাষ্কো-ডি শইকীয়া, উপদেষ্টা অৰূপ বৰবৰুৱা, মুখ্য আহ্বায়ক ৰুবুল দাস আৰু জিতুল ডেকাই।

যোগদান কৰিয়েই বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনাই মেধিয়ে কয় ‘বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজৰ নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে। বিজেপি, আৰএছএছ-এ ধৰ্মীয় মেৰুকৰণৰ পৰিবেশ আনিছে। তেনে সময়ত আমি সকলোৱে একত্ৰিত হব লাগে।‘

‘যিয়ে আৰএছএছ আৰু বিজেপিৰ কাৰচাজি বুজিব পৰা নাই, তেওঁলোকে আমাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে। অখিল গগৈৰ লগত মতানৈক্য হৈ KMSSৰ পৰা ওলাই গৈছিলোঁ। কিন্তু আমাৰ কেতিয়াও ব্যক্তিগত সংঘাত হোৱা নাছিল। বিপদৰ সময়ত আমি এজনে আনজনৰ সহায় কৰি আহিছো।‘ মেধিয়ে অখিলৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি দাবী কৰি এইদৰে কয়।

তেওঁ লগতে কয় ‘এইটো সত্য বিজেপিৰ একমাত্ৰ বিকল্প কেৱল অখিল গগৈৰ নেতৃত্বতহে পোৱা যাব। মই ক্ষমতাৰ বাবে কংগ্ৰেছ এৰা হ’লে শাসকীয় বিজেপ ত যোগদান কৰিলো হয়। কিন্তু তাকে নকৰি ৰাইজৰ দলত যোগদান কৰিছোঁ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd