• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩,৪০,০০০ ডলাৰত বিক্ৰী হ’ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ টেষ্ট কেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 12:16 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ ডন ব্ৰেডমেনে ১৯২৮ চনত অভিষেক টেষ্ট মেচত পৰিধান কৰা ‘বেগী গ্ৰীণ কেপ’টো নিলামযোগে ৪ লাখ ৫০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰ (তিনি লাখ ৪০ হাজাৰ য়ু এছ ডলাৰ)ত এগৰাকী ব্যৱসায়ীয়ে ক্ৰয় কৰে।

ক্ৰিকেটৰ সৈতে জৰিত যিকোনো সামগ্ৰীৰ নিলামত লাভ কৰা এইটো হৈছে দ্বিতীয় সৰ্বাধিক মূল্য।

ৰোড মাক্ৰ’ফোঞ্চৰ সংস্থাপক পীটাৰ ফ্ৰীডমেনে এই টুপীটো গোটেই অষ্ট্ৰেলিয়া ঘূৰোৱাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।

নিলামৰ সৈতে জৰিত বিষয়াসকলে জানিব দিয়া মতে ক্ৰিকেটৰ সৈতে জৰিত যিকোনো সামগ্ৰীৰ নিলামত লাভ কৰা সৰ্বাধিক ধনৰাশিৰ অভিলেখ অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ টুপীৰ নামত আছে।

ৱাৰ্ণৰ টুপীটো ১০ লাখ ৭ হাজাৰ ৫০০ অষ্ট্ৰেলিয়ান ডলাৰ (সাত লাখ ৬০ হাজাৰ য়ু এছ ডলাৰ)ত বিক্ৰী হৈছিল।

উল্লেখ্য যে ব্ৰেডমেন ২০ বছৰ অষ্ট্ৰেলিয়াৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯২৮ চনৰ পৰা ১৯৪৮ চনলৈকে ৫২ খন টেষ্ট মেচ খেলিছিল আৰু তেওঁক বিশ্বৰ সৰ্বকালীন সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

ব্ৰেডমেনক ১৯৪৯ চনত নাইটহুড সন্মানেৰে সন্মানিত কৰিছিল। টেষ্টত তেওঁ ৯৯.৯৪ গড়ে ৰান কৰিছিল।

ফ্ৰীডমেনে মঙলবাৰে কয়, ‘ছাৰ ডন ব্ৰেডমেন অষ্ট্ৰেলিয়াৰ মহান খেলুৱৈ। তেওঁ সৰ্বকালৰ মহান খেলুৱৈ’।

উল্লেখ্য যে ব্ৰেডমেন ১৯৫৯ চনত তেওঁৰ এগৰাকী বন্ধু পীটৰ ডনহমক উপহাৰ হিচাপে প্ৰদান কৰিছিল অভিষেক মেচত পিন্ধা টুপীটো।

কিন্তু শেহতীয়াকৈ পীটাৰৰ ওপৰত ১০ কোটি টকাৰ ঋণৰ বোজা পৰাত তেওঁ এই টুপীটো নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd