• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান; সৰাগুৰি চাপৰিত অভিযানকাৰী দলক উষ্ম আদৰণি জিলা প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 6:47 am
index
214
VIEWS
Share on FacebookShare on Twitter

কেন্দ্রীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনস্থ ব্ৰহ্মপুত্ৰ বোৰ্ডে বিগত বর্ষৰ ২৩ ডিচেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশৰ গেলিং অঞ্চলৰ পৰা আৰম্ভ কৰা “ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান” নামৰ ৰিভাৰ ৰাফটিং কাৰ্যসূচীৰ অংশহিচাপে ধেমাজি জিলাৰ শিয়ালমাৰীৰ পৰা ৰিভাৰ ৰাফটিং কৰি শিৱসাগৰ জিলাৰ স’ৰাগুৰি চাপৰিলৈ অভিযানকাৰী দলটি আহি যোৱা ৩ জানুৱাৰী, ২০২১ তাৰিখে ঐতিহাসিক স’ৰাগুৰি চাপৰি পায়হি।

অভিযানকাৰী দলটি আহি স’ৰাগুৰি চাপৰিত উপস্থিত হোৱাৰ পিছত শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।

গায়ন-বায়ন আৰু নানা সাংস্কৃতিক অনুষ্ঠানেৰে দলটিক আদৰণি জনোৱা মুহূৰ্তত উপস্থিত থাকে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত ৰাজীৱ সোনোৱাল আৰু শিৱসাগৰ জিলাৰ সহকাৰী পৰ্য্যটন তথ্য বিষয়া মাধৱ দাস।

অভিযানকাৰী দলটিৰ নেতৃত্বত থাকে সুশাসিনী শেখাৱত।

তদুপৰি এই অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ চেকেণ্ড ইন কামণ্ড অৰুণ দেওগাম, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ উপ- কামডেন্ট ব্ৰিজেশ উপাধ্যায়, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ পৰিদৰ্শক ৰাকেশ কুমাৰৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ১০ গৰাকী জোৱানে অংশগ্ৰহণ কৰে।

অভিযানকাৰী দলটিয়ে নদী কাষৰীয়া স্থানীয় ৰাইজৰ সৈতে ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বহলভাৱে আলোচনা কৰে।

উল্লেখযোগ্য যে, দেওবাৰে এই অভিযানকাৰী দলটি মাজুলীৰ কমলাবাৰী ঘাটলৈ অনুষ্ঠানিকভাৱে ৰাওনা হয় আৰু অহা ৫ জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দলটিক এক অনুষ্ঠানত অভিবাদন জনাব।

ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ দলটিক অনুষ্ঠানিক ভাৱে ফ্লেগ অফ কৰি মাজুলিলৈ ৰাওনা কৰে শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসে।

উল্লেখ্য যে, নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নৱপ্ৰজন্মৰ দৃষ্টি আকৰ্ষণৰ লগতে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ, খহনীয়া-অৱক্ষেপণ আৰু মৎস্য-বিবিধতা সন্দৰ্ভত অধ্যয়নৰ উদ্দেশ্যে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ তত্বাৱধানত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ গেলিঙৰ পৰা যোৱা ২৩ ডিচেম্বৰত এই নদী অভিযান আৰম্ভ কৰে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd