• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ টীকাকৰণত ‘কো-উইন’ এপ; নাম পঞ্জীয়ন নহ’লে নাপাব ভেকচিন!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 10:22 am
co-win
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ ভেকচিন সংক্ৰান্তীয় এটি নতুন এপ আনিছে কেন্দ্ৰীয় চৰকাৰে। কো-উইন (CO-WIN) এপৰ জৰিয়তে কৰ’নাৰ ভেকচিন আৱন্টন সংক্ৰান্তীয় তথ্যসমূহ জনসাধাৰণে সহজতেই জানিব পাৰিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে কো-উইন এপ এতিয়াও বজাৰত মুকলি কৰি দিয়া হোৱা নাই।

Apply Now

কৰ’নাৰ ভেকচিন কিদৰে দিয়া হ’ব, কিমান পৰিমানে দিয়া হ’ব আৰু কোনে প্ৰথমতে কৰ’নাৰ ভেকচিন লাভ কৰিব এই সকলো তথ্য এপটোৰ জৰিয়তে জানিব পৰা যাব।

তদুপৰি, যিসকলে কৰ’নাৰ ভেকচিনৰ বাবে আবেদন কৰিব, কেনেদৰে নাম পঞ্জীয়ন কৰিব লাগিব সেইবোৰ তথ্যও পোৱা যাব।

গুগল প্লে-ষ্ট’ৰত তথা এপ’ল আই ষ্ট’ৰত এই কো-উইন এপ পোৱা যাব।

কৰ’নাৰ ভেকচিন লোৱাৰ বাবে আবেদনকাৰীয়ে যাতে সহজেই তেওঁলোকৰ নাম আৰু তথ্যসমূহ পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে এপটোত পাঁচটা মডিউল ভাগ কৰা হৈছে।

এইকেইটা হৈছে প্ৰশাসনিক মডিউল ( Administrator Module ), পঞ্জীয়ন মডিউল( Registration Module ) , টীকাকৰণ মডিউল( Vaccination Module ), হিতাধিকাৰী স্বীকৃতি মডিউল( Beneficiary Acknowledgement Module ) আৰু ৰিপ’ৰ্ট মডিউল( Report Module )।

এপৰ প্ৰশাসনিক মডিউলত যিসকলে টীকাকৰণ কাৰ্যসূচী পৰিচালনা কৰিব তেওঁলোকৰ বাবে। পঞ্জীকৰণ মডিউলৰ জৰিয়তে ভেকচিনৰ বাবে নাম পঞ্জীয়ন কৰিব পৰা যাব। আকৌ যাক ভেকচিন দিয়া হ’ব তেওঁৰ তথ্য পৰীক্ষণ কৰিব টীকাকৰণ মডিউলে। লগতে ভেকচিনৰ স্থিতি আপডেটো কৰিব।

সেইদৰে যিয়ে ভেকচিন ল’ব তেওঁলোকৰ ওচৰলৈ হিতাধিকাৰী স্বীকৃতি মডিউলে এছএমএছ পঠিয়াব। লগতে এই মডিউলৰ জৰিয়তেই কিউ আৰ –বেছড চাৰ্টিফিকেট জেনেৰেট হ’ব।

আনহাতে, ৰিপ’ৰ্ট মডিউলৰ জৰিয়তে কিমান টীকাৰণ কাৰ্যসূচী সম্পন্ন হ’ল সেয়া জানিব পৰা যাব। ইয়াত কিমান লোকে অংশ লৈছিল, কিমান লোক উপস্থিত নাছিল ইত্যাদি তথ্যও পোৱা যাব।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে জানিবলৈ দিছে যে এপটো বিনামূলীয়াকৈ সহজতেই ডাউনলোড কৰিব পৰা যাব।

ৱেবছাইটত পঞ্জীয়নৰ বাবে ১২ধৰণৰ ফটো আইডিৰ প্ৰয়োজন হ’ব। ইয়াৰ ভিতৰত Voter ID, Aadhar card, driving license, passport আৰু Pension documentৰ যিকোনো এটাৰ প্ৰয়োজন হ’ব।

অনলাইনৰ জৰিয়তে পঞ্জীয়নৰ পাছত হিতাধিকাৰীলৈ তেওঁলোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এছএমএছ আহিব। ইয়াত ভেকচিনৰ তাৰিখ, সময় আৰু স্থানৰ বিষয়ে জনোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd