• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল যুৱ কল্যাণ : কনৰাড চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 12:40 pm
Conrad-Sangma-1-570x320

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা  ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই এটা যুৱ নীতি প্ৰস্তুত কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

শুকুৰবাৰে ছাইনড কলেজত অনুষ্ঠিত ‘’ দক্ষিণ-পূব এছিয়াত মানৱ সম্পদৰ বিকাশ : সামৰ্থ্য, প্ৰত্যাহ্বান আৰু সম্ভাৱনা’’ শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ উদ্বোধন কৰি দিয়া ভাষণত কনৰাডে কয় যে তেওঁৰ চৰকাৰে যুৱ, উদ্যোগী, শিক্ষা আৰু সীমান্ত ব্যৱসায় সম্পৰ্কত ইতিবাচক মানসিকতা’লৈ শাসনভাৰ গ্ৰহণ কৰিছে।

Apply Now

অঞ্চলটোত যুৱ প্ৰজন্ম এটা বিশাল মানৱ সম্পদ বুলি অভিহিত কৰি কনৰাডে বিকাশ আৰু শাসনৰ সৰ্বস্তৰতে যুৱ সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে ৰাজ্যখনত আনকি ইয়াৰ প্ৰতিষ্ঠাৰ ৪৭ বছৰ পিছতো এটা শিক্ষা নীতি নোহোৱাত ক্ষোভ ব্যক্ত কৰে।

কনৰাডে লগতে জানিবলৈ দিয়ে যে বৰ্তমান ৰাজ্যখনত ৫০ শতাংশ প্ৰাথমিক বিদ্যালয়ৰে গৃহ নাই। আনহাতে, ৭০-৮০ শতাংশ প্ৰাথমিক বিদ্যালয়ত পানী যোগান আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই।

‘’ৰাজ্যখনত প্ৰাথমিক বিদ্যালয়ত নিয়োজিত হৈ থকা শিক্ষকসকলৰ ৮০ শতাংশই প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু প্ৰায় ১,১০০ শিক্ষকৰ পদ ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ পৰি আছে,’’-তেওঁ জনায়।

ব্যৱসায়ৰ জৰিয়তে বিকাশৰ বিষয়ে উল্লেখ কৰি কনৰাডে সঠিক পৰিৱেশ, নীতি আৰু আন্ত:গাঁথনি সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয়, চৰকাৰে সুবিধা প্ৰদানকাৰী সংস্থা হিচাপে কাম কৰা উচিত আৰু ‘ব্যৱসায়ত জড়িত’ হোৱা উচিত নহয়।

কনৰাডে লগতে কয় তেওঁৰ চৰকাৰে ব্যৱসায়ৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ দিশত ব্যৱসায়ে মুল অভিকেন্দ্ৰ হিচাপে কাম কৰাটো নিশ্চিত কৰি এই বছৰতে এলানি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত থকা মেঘালয়ৰ প্ৰসংগ উল্লেখ কৰি কনৰাডে কয় যে আমি আমাৰ চুবুৰীয়া নিৰ্বাচিত কৰিব নোৱাৰো, আমি হাতত হাত ধৰি কাম কৰি যাব লাগিব।

তেওঁ লগতে কয় যে এইটো চৰকাৰৰ দায়িত্ব যে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে যুৱ সকলৰ বাবে এটা সঠিক নীতি যুগুত কৰা।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd