• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মাৰ দাবী; নিউটনৰ ৫০০ বছৰ পূৰ্বে ভাস্কৰাচাৰ্য্যই আবিস্কাৰ কৰিছিল মাধ্যাকৰ্ষণৰ সূত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2021 10:15 am
199
VIEWS
Share on FacebookShare on Twitter

ছাৰ আইজাক নিউটনে মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰৰ ৫০০ বছৰ পূৰ্বে ভাস্কৰাচাৰ্য্যই মাধ্যাকৰ্ষণৰ সূত্ৰ উদ্ভাৱন কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে।

ভাস্কৰাচাৰ্য্যৰ কিতাপ ১২১০ খীষ্টপূৰ্বতে প্ৰকাশ পাইছিল আৰু উক্ত কিতাপতে মাধ্যাকৰ্ষণৰ বিষয়ে উল্লেখ আছে বুলি কে পি শৰ্মা অ’লিয়ে লগতে কয়।

ইপিনে, ভাস্কৰাচাৰ্য্যই মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰ কৰাৰ পাছতো তেওঁলোকৰ পাঠ্যপুথিতো ছাৰ আইজাক নিউটনেহে মাধ্যাকৰ্ষণৰ সূত্ৰ আবিস্কাৰ কৰিছিল বুলি উল্লেখ কৰা হৈছে বুলি অ’লিয়ে ক্ষোভ ব্যক্ত কৰে।

উল্লেখযোগ্য যে, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে প্ৰায়ে বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি আহিছে।

ইয়াৰ পূৰ্বে অ’লিয়ে ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিকলৈয়ো বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।

অ’লিয়ে শ্ৰীৰাম চন্দ্ৰৰ জন্ম ভাৰতৰ উত্তৰ প্ৰদেশৰ নহয় নেপালতহে হৈছিল বুলি মন্তব্য কৰিছিল।

অ’লিয়ে অযোধ্যা নামৰ নেপালৰ এখন গাঁৱতহে ৰামচন্দ্ৰৰ জন্ম হৈছিল বুলি কয়।

কে পি শৰ্মা অ’লিৰ ৰামচন্দ্ৰক লৈ কৰা মন্তব্যৰ পাছতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও ভাৰতৰ চৰকাৰৰ তৰফৰ পৰা ইয়াৰ কোনোধৰণৰ আনুষ্ঠানিক প্ৰত্যুত্তৰ দিয়া হোৱা নাছিল।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd