• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আচৰিত হ’লেও সত্য : গৃহ অবিহনেই চলি আছে মণিপুৰৰ চুৰাচান্দপুৰৰ ছিংঘাট আৰক্ষী থানা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 3:24 pm
Singhat-Police stn
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ থানা  ছিংঘাট আৰক্ষী থানা এটা গৃহ অবিহনেই চলি আছে। ইয়াত কাম কৰা আৰক্ষীৰ লোকসকলৰ সেয়েহে কষ্টৰ কোনো সীমা নাই।

এটি জৰাজীৰ্ণ ঘৰলৈ পৰ্যৱসিত হোৱা আৰক্ষী থানাখন এতিয়া স্থানীয় লোকসকলৰ শাক-পাচলি আৰু  খেতি কৰা ঠাইলৈ পৰিৱৰ্তন হৈছে।

Apply Now

২০০৮ নিৰ্মাণ হোৱা আৰক্ষী থানাৰ এই ঘৰটো ব্যৱহাৰৰ অনুপযুক্ত বুলি ঘোষণা কৰাৰ পিছত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলে মুকলি আকাশৰ তলতেই তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ বাধ্য হৈ পৰিছে।

যোৱা বৃহস্পতিবাৰে স্থানীয় বিধায়ক গিনছুৱানহাউ জৌৱে অৱশেষত ছিংঘাটৰ মহকুমাৰ সদৰৰত এখন নতুনকৈ নিৰ্মাণ কৰা জনজাতীয় বজাৰগৃহ উদ্বোধন কৰিবলৈ যাওঁতে আৰক্ষী থানাখনৰ বৰ্তমানৰ অৱস্থাটো জানিব পাৰে।

বিধায়কজনে থানাখনৰ অৱস্থা সম্পৰ্কে বুজ ল’বলৈ কৰা ভ্ৰমণটোত তেওঁক সংগ দিছিল চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে  বৰ্তমান এই থানাখনত নিয়োজিত হৈ থকা আৰক্ষী লোকৰ সংখ্যা ৪০জন।

অৱশ্যে, চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ইংগিত দিছে যে গৃহটো মেৰামতি কৰা হ’লে আৰক্ষীৰ লোকৰ সংখ্যা ১০০জনলৈ বদ্ধি কৰিব পৰা যাব।

শ্লেষজনক কথাটো হ’ল এই যে ষ্ট্ৰংৰুম নথকা বাবে ছিংঘাট থানাত নিয়োজিত এজন আৰক্ষী লোকৰ হাততো অস্ত্ৰ নাই।

প্ৰয়োজন সাপেক্ষে চুৰাচান্দপুৰৰ পৰা নিৰাপত্তা বেষ্টনিৰ মাজত অস্ত্ৰ আনি আৰক্ষীৰ লোকসকলক দিয়া হয় ।

মূল গৃহটো খালী কৰি দিয়াৰ পিছত এতিয়া আৰক্ষী থানাখনত কোনো  লকআপৰ ব্যৱস্থা নাই আৰু আৰক্ষীৰ লোকসকলৰ বাবে বেৰেক আৰু টয়লেট আৰু ৰন্ধা ঘৰৰ ব্যৱস্থাও নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd