• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কপিকুলৰ সন্ত্ৰাসত ত্ৰাহি মধুসূদন সুঁৱৰিছে বৃহত্তৰ টিহু অঞ্চলৰ গঞাই

উৎপল গোস্বামী by উৎপল গোস্বামী
March 17, 2018 4:22 pm
Monkey
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি কপিকুলৰ সন্ত্ৰাসত ত্ৰাহি মধুসুদন সুঁৱৰিছে বৃহত্তৰ টিহু অঞ্চলৰ গঞাই। বিগত কেই বছৰ মানৰ পৰা বান্দৰৰ উৎপাতত এই এলেকাৰ বাসিন্দাসকলে একো কৰি খাব নোৱাৰা  অৱস্থাৰ সৃষ্টি হৈছে।

টিহুৰ ফালে প্ৰায়ভাগ গ্ৰাম্যাঞ্চলতে বান্দৰৰ উৎপাত অভাৱনীয় ভাৱে বৃদ্ধি  পাই আহিছে। জাকে জাকে বান্দৰ আহি মানুহৰ পাচলিৰ বাগিচা তহিলং কৰে । একো এটা খেতি কৰি খাব  নোৱাৰিয়েই, ইয়াৰ উপৰিও পাকঘৰৰ ভিতৰ সোমাই য’তে যি পায় খাই আৰু লণ্ডভণ্ড কৰে । আনহাতে বান্দৰৰ বুদ্ধিও কম নহয় , ঘৰ এটা চাৰিওফালে বন্ধ থাকিলেও সিহঁতে কৰে কি, সৰু পোৱালি বান্দৰ এটাক মুধচেৰে সোমোৱাই দি বস্তু-বাহানি উলিয়াই নিয়ে । মানুহৰ পাকঘৰৰ আৰু গোসাঁই ঘৰৰ টিনপাত আৰু বেৰৰ মাজত থকা ফাক বিলাকত সৰুকৈ বাঁহৰ জালি বৈ  দিলেও  কিন্তু বান্দৰ বিলাকে সেই বিলাক আঁতৰাই ভিতৰত সোমাই উৎপাত কৰে । আগতে সিহঁতে চিঞৰ-বাখৰ কৰি খেদিলে বা বাটলুগুটি মাৰিলে ভয় খাইছিল। কিন্তু এতিয়া আৰু ভয় নকৰে । বেছিকৈ খেদা খেদি কৰিলে সিহঁতেও টিনপাতৰ ওপৰত জঁপিয়াই বিকট শব্দ কৰি প্ৰতিশোধ লয় ।

Apply Now

বান্দৰ বিলাকৰ খাদ্যাভ্যাসো আচৰিত ধৰণৰ । বান্দৰে কেৱল ফলমূল খাই জীয়াই থাকে বুলি ভবা  কথাটো এতিয়া অসত্য বুলি প্ৰমাণিত হৈছে। খাদ্য সংকটত পৰিলে  সিহঁতে টানত পৰিলে প্ৰায় সকলো খাব পাৰে । সকলো ধৰণৰ ফলমূল খোৱাৰ উপৰিও কোমল পাত, ডাল, চৰাইৰ কণী আনকি চৰাইৰ পোৱালিও বাদ নপৰে । বাৰিষা কালত ক’ল গছৰ পুলিবাৰী আজুঁৰি ফালি মাজৰ অংশটো খায় ।  আনকি জলকীয়াৰ গছৰ পাত আৰু কোমল জলকীয়াও খায় । অমিতা গছ কেইডালতো চাবলৈকে ভাল, ঠাৰি, পাত, কলি সকলো খাই কেৱল গা-গছ ডালহে  থিয় হৈ থাকে।

পৰম্পৰাগতভাৱে বান্দৰক প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ দূত হিচাপে বা হনুমান, সুগ্ৰীৱ আদিৰ বংশধৰ বুলি শ্ৰদ্ধা জনাই এক বিশেষ মৰ্য্যদা দি অহা হৈছে বাবে বান্দৰৰ হাতত নিগৃহীত মনুহখিনি এতিয়াও সিঁহতৰ ওপৰত বিশেষ কঠোৰ হৈ উঠা নাই। কিন্তু এইবিলাক সচাঁকৈয়ে তেওঁলোকৰ বংশধৰ হয়নে? নিশ্চয় নহয়, হ’লেনো ইমান উপদ্ৰৱ কিয় কৰিব? এতিয়া কথাটো হল ৰাইজক বান্দৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ লাগে । কাৰণ, শাক পাচলি, দালি চাউল, বিস্কুট, ফলমূল আদি বলপূৰ্বক ভাৱে খোৱাৰ উপৰিও এতিয়া  বান্দৰে মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ।

গুজৰাট, ৰাজস্থান আদি ৰাজ্যৰ দৰে অসমতো বান্দৰ নিয়ন্ত্ৰণৰ বাবে সুকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ আৱশ্যক হৈ পৰিছে। বন্যপ্ৰাণীৰ ওপৰত চৰকাৰৰ এখন এখন আইন আছে  যদিও বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি, প্ৰতিৰোধ, সহাৱস্থান আদিৰ ওপৰতো জনসাধাৰণক জ্ঞান দিয়াৰ প্ৰয়োজন আছে ।

উৎপল গোস্বামী

উৎপল গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd