• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 7:27 am
97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই নিজৰ ইচ্ছামতে জীয়াই থকাৰ স্বাধীনতা তেওঁৰ মৌলিক অধিকাৰ বুলি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে। আদালতে স্পষ্ট কৰি দিছে যে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে থাকিব পাৰে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ বিভাগীয় বিচাৰপীঠে কয় যে, “নিজৰ সিদ্ধান্ত ল’বলৈ সক্ষম হোৱা মহিলাক বলপূৰ্বকভাৱে পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াব নোৱাৰি, যদিহে তেওঁৰ বয়স ওঠৰ বছৰৰ ওপৰত হয়, তেন্তে তেওঁ যি বিচাৰে তেওঁৰ লগত থাকিব পাৰে।”

Apply Now

এই গোচৰৰ কেন্দ্ৰবিন্দুত আছিল এগৰাকী যুৱতী, আদালতৰ নথি-পত্ৰত তেওঁক কেৱল ‘এক্স’ বুলিহে উল্লেখ কৰা হৈছে। আৰক্ষীয়ে সোধা-পোছাৰ অন্তত আদালতে গম পায় যে ‘এক্স’ই ইচ্ছাকৃতভাৱে তেওঁৰ সংগীৰ সৈতে পলায়ন কৰিছিল আৰু আদালতক স্পষ্ট কৰি দিছিল যে তেওঁ সেই ব্যক্তিজনৰ সৈতে থাকিব বিচাৰে। অৱশ্যে আবেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা আয়ুষ শৰ্মাই যুক্তি আগবঢ়ায় যে যুৱতীগৰাকীয়ে যিজন ব্যক্তিৰ লগত থাকিব বিচাৰিছে তেওঁ বিবাহিত, গতিকে তেওঁক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াব লাগে।

আদালতে এই যুক্তি নাকচ কৰি কয় যে এই গোচৰৰ একমাত্ৰ সত্য হৈছে ছোৱালীজনীৰ বয়স। তাই এগৰাকী প্ৰাপ্তবয়স্ক। সেয়েহে তাইক “শিশুৰ দৰে টানি নিব নোৱাৰি।”

ৰাজ্যখনে আদালতক অৱগত কৰে যে আৰক্ষীৰ সূত্ৰই তথ্য লাভ কৰিছে যে লোকজনে ইতিমধ্যে প্ৰথম পত্নীক এৰি থৈ গৈছে আৰু আইনী বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছে। এই পৰিস্থিতিত আদালতে মন্তব্য কৰে যে, “কেৱল বিবাহিত বুলিয়েই মানুহজনক ‘এক্স’ৰ লগত থকাত বাধা দিয়া সম্ভৱ নহয়।”

আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ ভূমিকা কেৱল আইনৰ সীমাত সীমাবদ্ধ। নৈতিকতাৰ প্ৰশ্নত মন্তব্য কৰাটো আদালতৰ দায়িত্ব নহয়। যিহেতু ‘এক্স’ এগৰাকী প্ৰাপ্তবয়স্ক আৰু তেওঁ পিতৃ-মাতৃৰ ওচৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে, সেয়েহে আদালতে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

কিন্তু তাৰ আগতে দুটা চৰ্তত এই আদেশ জাৰি কৰা হৈছিল – প্ৰথমতে ছোৱালীজনীয়ে স্বেচ্ছাই মানুহজনৰ লগত থাকিবলৈ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। দ্বিতীয়তে, মানুহজনে লিখিতভাৱে স্বীকাৰ কৰিব লাগিব যে তেওঁও ছোৱালীজনীৰ লগত থাকিব বিচাৰে। ইয়াৰ পিছত আৰক্ষীক তাইক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd