• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰ সেনা প্ৰশাসকক কঠোৰ সকীয়নি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ : চ্যু কীক মুক্তিৰ দাবী

by
February 5, 2021 1:06 pm
index.jpgll

ফ'টো- ৰয়টাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সেনা অভ্যুত্থানৰ পিছত যথেষ্ট কঠোৰ হৈছে ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদ।

নিৰাপত্তা পৰিষদে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া ৰাষ্ট্ৰখনৰ সেনা প্ৰশাসক কঠোৰ সকীয়নি প্ৰদান কৰি অতি শীঘ্ৰেই নেত্ৰী আং চান চ্যু কীসহ অন্যান্য গণতন্ত্ৰকামী নেতাসকলক মুকলি কৰিবলৈ দাবী কৰিছে জনাইছে।

Apply Now

সমগ্ৰ বিশ্ব সম্প্ৰদায়েও ম্যানমাৰৰ সেনা অভ্যুত্থানক কঠোৰ গৰিহণাৰ দিয়াৰ লগতে জুণ্টা প্ৰশাসনক নিন্দাও কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে এক বিবৃতিৰ যোগে ম্যানমাৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ সকীয়নি প্ৰদান কৰিছে।

ইফালে ভাৰত, ব্ৰিটেইনসহ পশ্চিমীয়া দেশসমূহে ম্যানমাৰ সেনা অভ্যুত্থানত গভীৰ উদ্বেগ প্ৰকাশ কৰি দেশখনত গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰি গণতন্ত্ৰকামী নেত্ৰী শান্তিৰ নোবেল বঁটা বিজয়ী আং চান চ্যু কীসহ আন নেতাসকলক মুকলি কৰিব দিবলৈ দাবী জনাইছে জুণ্টা প্ৰশাসনক।

ইফালে প্ৰতিবেশী চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই ঘোষণা কৰিছে যে ম্যানমাৰত যিয়ে নঘটক কিয় চীন সদায় ম্যানমাৰৰ সৈতে থাকিব। চীনৰ এই স্থিতিয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ তাৎপৰ্য বহন কৰিছে। ম্যানমাৰৰ অতি ঘনিষ্ঠৰূপে পৰিচিত শক্তিধৰ ৰাষ্ট্ৰখনৰ এই স্থিতিয়ে ম্যানমাৰৰ জুণ্টা প্ৰশাসনক উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে।

এনে এক পৰিস্থিতিতে বৃহস্পতিবাৰে নিৰাপত্তা পৰিষদে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত নিৰাপত্তা পৰিষদে কয় “১ ফেব্ৰুৱাৰিৰ ম্যানমাৰৰ সামৰিক অভ্যুত্থানে আমাক উদ্বগ্ন কৰি তুলিছে। অন্যায়ভাৱে চ্যু কীসহ চৰকাৰৰ সদস্যসকলক আটক কৰা হৈছে। তেওঁলোকক অতি শীঘ্ৰেই মুক্তি কৰি দিয়ক।”

উল্লেখ্য যে, যোৱা সোমবাৰে ম্যানমাৰ সেনাৰ অভ্যুত্থানৰ দ্বাৰা চ্যু কী ক্ষমতাচ্যুত কীসহ সহযোগীসকলক ম্যানমাৰৰ সামৰিক প্ৰশাসকে আটক কৰি ৰাখিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd