• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 19, 2025 9:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ নিয়মিতভাৱে ছ’চিয়েল মিডিয়াত আপত্তিজনক আৰু ভাবুকিমূলক পোষ্ট দিয়ে। ইউটিউবত তেওঁৰ দুই লাখৰো অধিক চাবস্ক্ৰাইবাৰ আছে। তেওঁৰ বিৰুদ্ধে এজন ৰিয়েল এষ্টেট ব্যৱসায়ীক ‘হানিট্ৰেপ’ত পেলাই কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

তেওঁৰ বিৰুদ্ধে আন কেইবাটাও অপৰাধমূলক অভিযোগো আছে। ১০ মাহ ধৰি আৰক্ষীৰ পৰা পলাই আছিল তেওঁ। অৱশেষত গ্ৰেপ্তাৰ হ’ল গুজৰাটৰ ইউটিউবাৰ কীৰ্তি পেটেল।

Apply Now

কীৰ্তি পেটেল কীৰ্তি আদালজা বুলিও পৰিচিত। ২০১৯ চনৰ পৰাই তেওঁ নিজৰ ইউটিউব চেনেলত ভিডিঅ’ পোষ্ট কৰিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়ে তেওঁক বিচাৰি চলাথ কৰি থকাৰ সময়তো আনকি তেওঁ অনলাইনত ৰাজহুৱা ভাবুকি দিছিল বুলি অভিযোগ উঠিছে। নিয়মীয়াকৈ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল তেওঁ। ইনষ্টাগ্ৰামতো সমানেই ‘জনপ্ৰিয়’ আছিল কীৰ্তি। তাত তেওঁৰ ১৩ লাখ অনুগামী আছিল।

কীৰ্তিয়ে চুৰাটৰ এজন ৰিয়েল এষ্টেট ব্যৱসায়ীক ‘হানিট্ৰেপ’ কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। এই গোচৰত আন চাৰিজন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল। ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইপিনে, বিভিন্ন কৌশলেৰে কেৱল পলাতক হৈ আছিল কীৰ্তি। চাইবাৰ বিশেষজ্ঞ আৰু স্থানীয় আৰক্ষীৰ সহায়ত অৱশেষত আহমেদাবাদৰ সাৰখেজ অঞ্চলৰ পৰা বিচাৰি উলিওৱা হয় কীৰ্তিক।

চুৰাটৰ ডিচিপি আলোক কুমাৰে কয় যে কীৰ্তি একেখন চহৰতে বেছি দিন নাথাকিছিল। তেওঁ মাজে মাজে ফোনৰ চিম কাৰ্ড সলনি কৰিছিল। যদিও তেওঁ ছ’চিয়েল মিডিয়াত সক্ৰিয় আছিল, তথাপিও চাইবাৰ বিশেষজ্ঞসকলে তেওঁৰ নেটৱৰ্ক অনুসৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল।

অৱশেষত কীৰ্তিৰ ইনষ্টাগ্ৰাম প্ৰফাইল স্ক্যানাৰৰ অধীনত অনা হয়। কাৰিকৰী দলটোৱে কীৰ্তিৰ শেষ অৱস্থান বিচাৰি উলিয়ায়। ‘হানিট্ৰেপ’ৰ জৰিয়তে প্ৰতাৰণা কৰাৰ উপৰিও কীৰ্তিৰ বিৰুদ্ধে ভূমি দখলকে ধৰি আন কেইবাটাও অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd