• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাইত ৩৩৭ৰাণত অল আউট ভাৰত; ৱাশ্বিংটন সুন্দৰৰ অপৰাজিত ৮৪ৰাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 11:54 am
etrt1qlvoaaff8z-sixteen_nine

নিজৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সময়ত ৱাশ্বিংটন সুন্দৰ।

226
VIEWS
Share on FacebookShare on Twitter

চেন্নাইত অনুষ্ঠিত ভাৰত-ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত প্ৰথম ইনিংছত ২৪১ৰাণত আগবাঢ়ি থাকিল ইংলেণ্ড। অৱশ্যে, ইংলেণ্ডে ভাৰতক ফল’অন কৰাৰ পৰিৱৰ্তে পুনৰ বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি সম্ভৱত: আৰু ৬৬ অভাৰৰ খেল হ’ব পাৰে। ইয়াৰ ভিতৰত ভাৰতীয় বলাৰে কেইটা উইকেট দখল কৰিব পাৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

ইংলেণ্ডৰ বেটিং ব্ৰিগেডক যিমান শীঘ্ৰে আউট কৰিব পাৰে সিমানেই ভাৰতৰ বাবে সকাহ হ’ব পাৰে। এই মুহূৰ্তত খেলখন ড্ৰ’ হোৱাৰে সম্ভাৱনা অধিক দেখা গৈছে।

ভাৰতৰ হৈ প্ৰথম ইনিংছত ৰোহিত শৰ্মাই ৬ৰাণ, গীলে ২৯ৰাণ, পূজাৰাই ৭৩ৰাণ, কোহলিয়ে ১১ৰাম, ৰাহানে ১ ৰাম, পন্টে ৯১ৰাণ, সুন্দৰে অপৰাজিত ৮৪ৰাণ, অশ্বিনে ৩১ৰাণ, ইশান্তে ৪ৰাণ, নদিমে আৰু বুমৰাহে ০ৰাণ কৰে।

ব্ৰীছবেনত অভিষেক টেষ্টতেই দুৰ্দান্ত অৰ্দ্ধশতক কৰা ৱাশ্বিংটন সুন্দৰে এইবাৰ চেন্নাইতো প্ৰথম ইনিংছত অৰ্দ্ধ শতৰাণ কৰে।

টীম ইণ্ডিয়াৰ যুৱ অলৰাউণ্ডাৰ সুন্দৰে ৮২টা বল খেলি ৯টা বাউণ্ডেৰিৰ সহায়ত অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে।

উল্লেখযোগ্য যে দেওবাৰে ঋষভ পন্টে এক বিস্ফোৰক ইনিংছ খেলি ৯১ ৰাণ কৰে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd