• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ খিতাপ ঋষভ পণ্টৰ শিৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2021 7:04 pm
আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ খিতাপ ঋষভ পণ্টৰ শিৰত

উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে নতুনকৈ সংযোজন কৰা ‘আই চি চি প্লেয়াৰ অফ দ্যা মান্থ’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ তাৰকা উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্টে।

ঋষভ পণ্টে জানুৱাৰি মাহৰ বাবে প্লেয়াৰছ অফ দ্যা মান্থৰ সন্মান লাভ কৰে।

আনহাতে, ঋষভ পণ্ট এই সন্মান লাভ কৰা বিশ্বৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ঋষভ পণ্টে দাঙি ধৰা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবেই আই চি চিয়ে মাহটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান যাচে ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক।

পণ্টে ছিডনীত ৯৭ আৰু ব্ৰিছবেনত ৮৯ ৰানৰ ইনিংছ খেলি ভাৰতক অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ দৌৰত ঋষভ পণ্টৰ লগতে জ’ ৰুট, ষ্টিভ স্মিথ, মহম্মদ ছিৰাজ, টি নটৰাজন, ৱাশ্বিংটন সুন্দৰ আৰু চাৰ্দুল ঠাকুৰৰ দৰে ক্ৰিকেটাৰ আছিল।

ইপিনে, দক্ষিণ আফ্ৰিকাৰ ছাবমিন ইছমালি মহিলাৰ প্লেয়াৰ্ছ অফ দ্যা মান্থ হিচাপে আই চি চিয়ে ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

August 20, 2025 2:00 pm
‘গাঁত আৰু যান-জঁটেৰে পৰিপূৰ্ণ পথত টোল টেক্স লোৱা উচিত নহয়’: উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

‘গাঁত আৰু যান-জঁটেৰে পৰিপূৰ্ণ পথত টোল টেক্স লোৱা উচিত নহয়’: উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

August 20, 2025 1:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd