• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত চিন্তিত বিত্ত মন্ত্ৰী জেটলী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 4:35 pm
Conrad-K-Sangma-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ৰাজ্যকেইখনৰ বিত্তীয় ঘাটি পৰিপূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি দেওবাৰে উল্লেখ কৰে।

শণিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ নতুন দিল্লীস্থিত বাসগৃহত নৱগঠিত মেঘালয় চৰকাৰৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ লগত ৰাজ্যখনৰ সাম্প্ৰতিক বিত্তীয় পৰিস্থিতি সম্পৰ্কত এক আলোচনাত মিলিত হয়। এই আলোচনাৰ সময়তে বিত্তী. মন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি উল্লেখ কৰে।

Apply Now

‘বিত্তীয় ঘাটিৰ ৰাজ্যসমূহক উদ্ধাৰৰ বাবে আমি আগবাঢ়ি আহিব লাগিব। দেশৰ গুৰুত্বপূৰ্ণ অঞ্চল উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰাটো আমাৰ কৰণীয়’ এই বুলি কয় অৰুণ জেটলীয়ে।

ইফালে জেটলীয়ে ব্যক্ত কৰে যে অসমে বিত্তীয় ঘাটিৰ ৰাজ্যৰ পৰা ক্ৰমান্বয়ে ভাল দিশলৈ আহি আছে।

আলোচনালৈ যোৱা মেঘালয়ৰ প্ৰতিনিধি দলটোক বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে উপযুক্ত আঁচনি গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই ৰাজ্যখনত আই টি আৰু ফুড পাৰ্ক স্থাপন কৰাৰ সম্বন্ধে আৰু থলুৱা বনৌষধক কিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি সেই ক্ষেত্ৰতো গভীৰভাৱে আলোচনা কৰাৰ উপৰি মেঘালয়ৰ বায়ু সংযোগৰ উন্নয়নৰ বিষয়টোও বিত্ত মন্ত্ৰীক অৱগত কৰায়।

‘বৰ্তমান আমাৰ ৰাজ্যত একমাত্ৰ পৱন হনছ হেলিকপ্তাৰ হে আছে। কিন্তু আমি শীঘ্ৰে ৰাজ্যৰ অন্য তিনিটা অঞ্চলত হেলিপেড স্থাপন কৰি এই সেৱা সমূহ আৰম্ভ কৰিম। লগতে ৰাজ্যৰ পৰিৱহন ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰেইল লাইনৰো প্ৰৱৰ্তন কৰাৰ যোজা চলাই আছো। এই ক্ষেত্ৰত কিছু অসুবিধা আছে কিন্তু এই অসুবিধা সমূহ দূৰ কৰি ৰেইল যোগাযোগ স্থাপনত গুৰুত্ব আৰোপ কৰিম’, এনেদৰে মুখ্য মন্ত্ৰী চাংমাই উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd