• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কবি পন্ট! কিপিং, বেটিঙেৰে দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এইবাৰ ভাইৰেল ঋষভ পন্টৰ কাব্য চৰ্চা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 8:56 am
WhatsApp Image 2021-02-16 at 8.25.47 AM

ঋষভ পন্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত কিপিং কৰি থকাৰ মাজতে গোৱা স্পাইডাৰমেনৰ গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত এইবাৰ নতুন এটি গান বা কবিতাই আকৌ এবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত কিপিং কৰি থকা সময়ত পন্টে এটা নতুন গান গোৱা শুনা গৈছে। গানটোক স্বৰচিত কবিতা হিচাপেও বহুতে আখ্যা দিছে।

টেষ্টত অভিষেক ঘটা টীম ইণ্ডিয়াৰ খেলুৱৈ অক্ষৰ পেটেলক উজ্জীৱিত কৰি তোলাৰ বাবেই উইকেট কিপিঙৰ সময়ত পন্টে আবৃত্তি কৰে তেওঁৰ এই ৰসাল কবিতা।

টেষ্টখনৰ প্ৰথম ইনিংছত জেক লিচে বেট কৰি থকাৰ সময়ত বলিং কৰিছিল অক্ষৰ পেটেলে। ৫৩তম অভাৰৰ চতুৰ্থটো বল কৰাৰ পাছত অক্ষৰক আৰু আগত বল পেলাবলৈ কয়। আৰু অলপ ফুল লেংথ বল কৰাৰ পৰামৰ্শ দি পন্টে কয়,’’থোড়া চা আগে, থোড়া চা আগে/মিলখা সিং ভাগে/ প্যাৰা অক্ষৰ থোড়া জাগে।‘’

Rishabh Pant: "Thoda sa aage, thoda sa aage, Milkha Singh Bhage, Pyara Axar thoda jaage"
What a character😭😭 Just give this guy a collar mike, we don't need any commentators.#IndiavsEngland #RishabhPant #ViratKohli #TeamIndia pic.twitter.com/p9UhF4npq8

— Akshattt (@Akshatttt_7) February 14, 2021

ইয়াৰ পূৰ্বে অ’লি প’পে বেটিং কৰাৰ সময়তে ঋষভে কয়,’’অ’লি প’প কো ললীপপ দো/বলঘুমেগা তো য়ে জুমেগা।‘’

আনহাতে, ব্ৰীছবেনত টীম পেইনে বেট কৰাৰ সময়ত ঋষভে এটি গান গোৱা শুনা গৈছিল। উইকেটৰ পাছৰ পৰা পন্টে গাইছিল,’’এইচে ৱেব ফেকো ৱেব/স্পাইডাৰমেন স্পাইডাৰমেন/তুনে চুৰায়া মেৰে দিল কা চান।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

August 20, 2025 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd