• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোতৰ হেজাৰ বছৰ পুৰণি এটা কেংগেৰু! ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 4:53 pm
সোতৰ হেজাৰ বছৰ পুৰণি এটা কেংগেৰু! ক’ত?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্রেলিয়াৰ বিজ্ঞানীসকলে এটা প্রাচীন কেংগেৰু উদ্ধাৰ কৰিছে। শিলত কাটি অঁকা এই কেংগেৰুটোৰ ছৱিখন ১৭,৩০০ বছৰ পুৰণি।

পশ্চিম অষ্ট্ৰেলিয়াৰ কিম্বাৰ্লী অঞ্চলত প্ৰাপ্ত এই ছৱিখন অষ্ট্ৰেলিয়ান আদিবাসীসকলে আঁকিছিল বুলি বিজ্ঞানীসকলে থাৱৰ কৰিছে। পেইণ্টিংখনৰ দৈৰ্ঘ হৈছে ২ মিটাৰ।

নেচাৰ হিউমেন বিহেভিয়াৰে বুধবাৰে প্ৰকাশ কৰা এই ছৱিখনৰ বয়স জুখিবলৈ মাডৱেস্প ডেটিং টেকনিক ব্যৱহাৰ কৰিছিল। ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল মেলব’ৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেমিয়েন ফিন্সে।ৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ডেমিয়েন ফিন্সে।

বিজ্ঞানীসকলে কৈছে যে অষ্ট্ৰেলিয়াত প্ৰাপ্ত আদিম শিল্পৰ ভিতৰত এই কেংগেৰুৰ ছৱিখনেই আটাইতকৈ প্ৰাচীন।

উল্লেখযোগ্য বিজ্ঞানীসকলে ইণ্ডোনেছিয়াৰ এটা গুহাতো ৪৫,০০০ বছৰ পুৰণি এটা গাহৰিৰ ছৱি আৱিষ্কাৰ কৰিছিল। ইয়াৰ স’তে অষ্ট্ৰেলিয়াৰ কেংগেৰুৰ ছৱিখনৰ স’তে থাকিবলগা সম্ভাব্য সংযোগৰ বিষয়ে তেওঁলোকে গৱেষণা কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm
বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

August 28, 2025 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd