• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

এতিয়াও ন্যায়ৰ অপেক্ষাত ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষক  

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 12:53 pm
teachers-326x245

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অন্ত পৰাৰ প্ৰায় এমাহ হ’ল। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগতে গঠনো হ’ল নতুন চৰকাৰ। প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ জনতাই দেখিলে এক বিস্ময়কৰ পৰিৱৰ্তন।

২৫ বছৰীয়া বাওঁপন্থী শাসনক ওফৰাই ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিৰ প্ৰতি এতিয়া দৃষ্টি নিবদ্ধ ১০,৩২৩ গৰাকী শিক্ষকৰ।

Apply Now

যোৱা ৯ মাৰ্চৰ দিনাই বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰখনে শপত গ্ৰহণ লৈছিল। দু সপ্তাহৰ পাছতো চৰকাৰখনে এই শিক্ষকসকলৰ সমস্যাৰ সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ নকৰা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰিছে দুৰ্ভগীয়া শিক্ষকসকলে।

ৰাজ্যখনৰ এই ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষকে নিজৰ চাকৰি হেৰুৱাৰ ভয়ত মানসিকভাৱে ভাগি পৰাৰ লগতে পুনৰ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। নৱনিৰ্বাচিত চৰকাৰৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শিক্ষকৰ প্ৰধান সমস্যাটোক আওকান কৰি অন্যান্য দিশত ব্যস্ত থকা বুলি এই শিক্ষকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে ত্ৰিপুৰা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজৰ ঘোষণা পত্ৰত কৈছিল যে যদিহে আমি ৰাজ্যখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰো তেন্তে এই শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰিম। কিন্তু আজিলৈ এই প্ৰসংগত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ চিন্তিত হৈ পৰিছে শিক্ষকসকল।

উল্লেখ্য যে, তদানীন্তন বাওঁপন্থী চৰকাৰে নিজাববীয়াকৈ ১২০০০ হাজাৰ পদৰ সৃষ্টি কৰি এই শিক্ষক সকলক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিল। কিন্তু সেই প্ৰক্ৰিয়া কাৰ্যক্ষম নোহোৱাত টেট উত্তীৰ্ণ শিক্ষকসকলে  নিজৰ চাকৰি হেৰুৱাৰ ভয়ত সদৌ ত্ৰিপুৰা শিক্ষক সন্থাই বিভিন্ন প্ৰতিবাদ তথা অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

এতিয়া এই ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষকৰ ভৱিষৎ কোন দিশে গতি কৰে সেয়া সম্পূৰ্ণ লক্ষ্যণীয় হ’ব নৱনিৰ্বাচিত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কৰ্মৰাজিৰ ওপৰত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd