• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 3:54 pm
সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত টীম ইণ্ডিয়াৰ সফলতাৰ ধাৰাই ক্ৰিকেট অনুৰাগী আৰু বিশেষজ্ঞসকলৰ মাজত ব্যাপক উচ্ছাহৰ সৃষ্টি কৰিছে।

নতুন খেলুৱৈৰ অভাৱনীয় প্ৰদৰ্শনৰ সহায়ত টীম ইণ্ডিয়াৰ অষ্ট্ৰেলিয়াত ঐতিহাসিক সফলতাৰ পাছতে শেহতীয়াকৈ সমাপ্ত হোৱা ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলালৈকে এই সফলতাৰ ধাৰা অব্যাহত আছে।

এই সফলতাৰ কৃতিত্ব অনুৰাগীসকলে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰীক প্ৰদান কৰিছে, কিয়নো প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ শাস্ত্ৰীয়ে নতুন খেলুৱৈসকলৰ মাজত অদম্য অনুপ্ৰেৰণা যোগাই আহিছে।

এতিয়ালৈকে শাস্ত্ৰীৰ প্ৰশিক্ষণত বিৰাট কোহলী বাহিনীয়ে ৪৬খন টেষ্টত ২৮খনতে বিজয়সাব্যষ্ট কৰিছে।

আনহাতে এদিনীয়া মেচত শাস্ত্ৰীৰ কাৰ্যকালত ৯১খন মেচৰ ভিতৰত ৫৭খনতে জয়লাভ কৰিছে

এই সফলতাৰ বাবে শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষকত তালিকাত প্ৰথম স্থান লাভ হৈছে।

শাস্ত্ৰীৰ পাছতে আটাইতকৈ সফল প্ৰশিক্ষকজন হৈছে জন ৰাইট।

ৰাইটৰ প্ৰশিক্ষণত সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়াই ৫২খন টেষ্টৰ ভিতৰত ২১খনত বিজয়ী হৈছিল।

আনহাতে ৰাইটৰ কাৰ্যকালত টীম ইণ্ডিয়াৰ সৰ্বাধিকসংখ্যক এদিনীয়া মেচ খেলিছিল।

ৰাইটৰ কাৰ্যকালত ১৩০খন এদিনীয়া মেচৰ ভিতৰত ৬৮খনত বিজয়সাব্যষ্ট কৰিছিল।

তৃতীয় স্থান লাভ কৰা গেৰী কাৰ্ষ্টেনৰ প্রশিক্ষণত ৫২খন টেষ্টৰ ভিতৰত ১৬ খন বিজয়ী হৈছিল।

আনহাতে কাৰ্ষ্টেনৰ কাৰ্যকালত ৯৩খন এদিনীয়াৰ ভিতৰত ৫৯খনত বিজয়ী হৈছিল।

উল্লেখযোগ্য যে তেওঁৰ কাৰ্যকালতে ভাৰতে মহেন্দ্ৰ সিং ধনীৰ নেতৃত্বত ২০১১চনত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপবিজয়ী হৈছিল।

চতুৰ্থ স্থান লাভ কৰা ডানকান ফ্লেচাৰৰ প্ৰশিক্ষণত ৩৯খন টেষ্টৰ ভিতৰত ১৩খনত বিজয়ী হৈছিল।

আনহাতে এদিনীয়া মেচত ১০৮খনৰ ভিতৰত ৬৫খনত বিজয়ী হৈছিল।

আনহাতে পঞ্চম স্থানত থকা অনিল কুম্বলেৰ প্ৰশিক্ষণত ১৭খন টেষ্টৰ ভিতৰত ১২খনত বিজয়ী হৈছিল।

আনহাতে এদিনীয়া মেচত ১৯খনৰ ভিতৰত ১৩খনত বিজয়সাব্যষ্ট কৰিছিল।

উল্লেখযোগ্য যে টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ কৰা শাস্ত্ৰীয়ে ১৯৮১চনৰ পৰা ১৯৯১ চনলৈকে টীম ইণ্ডিয়াৰ এজন তাৰকা অলৰাউণ্ডাৰ আছিল।

৫৮ বৰ্ষীয় শাস্ত্ৰী এজন এজন সোহঁতীয়া বেটছমেন আৰু বাওঁহতীয়া স্পীনাৰ আছিল।

৮০ টেষ্টত ১১টা শতকসহ মুঠ ৩,৮৩০ ৰান সংগ্ৰহ কৰাৰ উপৰিও শাস্ত্ৰীয়ে ১৫১টা উইকেট সংগ্ৰহ কৰিছিল।

আনহাতে ১৫০খন এদিনীয়া মেচত তেওঁ ৪টা শতকসহ ৩,১০৮ৰাণ সংগ্ৰহ কৰাৰ উপৰিও ১২৯টা উইকেট লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

হোটেললৈ আমন্ত্ৰণ! অভিনেত্ৰীক আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি বিপদত বিধায়ক

August 21, 2025 2:15 pm
ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

ভাৰতৰ শীৰ্ষ ১০ গৰাকী ম’ষ্ট ৱাণ্টেডৰ অন্যতম চিণ্ডী সিঙক গ্ৰেপ্তাৰ মাৰ্কিন চোৰাংচোৱা এফবিআইৰ

August 21, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm
নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

নৃশংস হত্যা! ঘৰৰ পৰা উদ্ধাৰ পিতৃ-মাতৃ, পুত্ৰৰ ক্ষতবিক্ষত ৰক্তাক্ত মৃতদেহ; তদন্ত অব্যাহত

August 21, 2025 2:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd