• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানে ছিগা কৃষ্ণাই ভেলাখামাৰ লালাবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাই উদঙাইছে পৰিৱৰ্তনৰ স্বৰূপ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 12, 2021 5:01 pm
a road
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ ৷

কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা ভেলাখামাৰ হৈ লালাবৰি বজাৰ লৈকে বিস্তৃত এই গড়কাপ্তানি পথটোৰ দৈৰ্ঘ্য ৬’০৪০ কিঃমিঃ ৷

Apply Now

বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত ৰূপত থকা গড়কাপ্তানি পথটোত অৱশেষত চৰকাৰৰ সুদৃষ্টি পৰে বিগত ২০১৭ বৰ্ষত ৷

প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত অতি ব্যস্ত এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০১৭ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷

পথটো নিৰ্মাণৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ৩,০৪,২৭৯১১’০০ টকা ৷

শ্বাহী মোঃ কৰিম নামৰ ঠিকাদাৰ জনে এই পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰে ৷ তীব্ৰ বাদ-বিবাদ, অভিযোগ -প্ৰতি অভিযোগৰ  মাজেৰে নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অৱশেষত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷ পথটো নিৰ্মাণৰ পিছত যুগ যুগ ধৰি যাতায়াত ক্ষেত্ৰত যমৰ যাতনা ভুগি থকা লালাবৰি,পেটকাটা,

পাখিৰীগুৰি,গণকঘূলি, ভেলাখামাৰ,গৰগৰীয়াবড়ী আদিকে ধৰি কেবাখনো গাঁৱৰ বাসিন্দাৰ ওঁঠত বিৰিঙি উঠিছিল প্ৰাপ্তিৰ হাঁহি৷

যাতায়াত ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল সুদূৰ প্ৰসাৰী পৰিবৰ্তন ৷ পিছে , অঞ্চলবাসীৰ সেই সুখ শান্তি যেন নিয়তিৰ সহ্য নহ’ল ৷ পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এবছৰ নৌহওঁতেই ২০২০ বৰ্ষৰ ২১ জুলাইত অহা প্ৰলয়ংকাৰী বানে চূৰ্ণ বিচূৰ্ণ কৰি দিলে নৱ নিৰ্মিত পথটো ৷

ভেলাখামাৰ পেটকাটাৰ মাজৰ প্ৰায় এক কিলোমিটাৰ পথৰ কেবাঠাইতো বানে উটুৱাই নিলে পেবাৰ ব্লকসহ কাৰ্লভাট ৷ পুনঃ বিধ্বস্ত হৈ পৰিল পথটো ৷ যাতায়াত হৈ পৰিল স্তব্ধ ৷ ৰাইজে অপেক্ষা কৰিবলৈ ল’লে নিশ্চয় পথটো পুণঃনিৰ্মাণ হ’ব ৷ যাতায়াতৰ উপযোগী হৈ উঠিব অতি ব্যস্ত পথটো ৷

পিছে এদিন দুদিনগৈ ন মাহ পাৰ হ’ল ৷ পথটো কিন্তু মেৰামতি নহ’ল ৷ ইয়াৰ মাজতে আহিল নিৰ্বাচন ৷ জাৰি হ’ল অধিসূচনা ৷ নিৰ্বাচনৰ পিছতে ৰাজ্য খনত আৰম্ভ হ’ব বাৰিষা কাল ৷

ভৰি পৰিব খাল বিলৰ লগতে কৃষ্ণাই ভেলাখামাৰ লালাবৰি সংযোগী গড়কাপ্তানি পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত বোৰ ৷ সম্প্ৰতি আহি থকা ভয়াৱহ দিনবোৰৰ কথা চিন্তা কৰি একপ্ৰকাৰ দি হাৰা হৈ পৰিছে অঞ্চলটোৰ হেজাৰ হেজাৰ গাঁৱলীয়া জনসাধাৰণ ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd