• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৮৪ টা মহা অভিযোগ

"কংগ্ৰেছৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী এজনেই হ'ব, বিজেপিৰ দৰে দুজন নহয়" আব্দুল খালেক

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 14, 2021 2:23 pm
a cong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত কংগ্রেছয়ে বিজেপি বিৰুদ্ধে এক অভিযোগনামা প্ৰকাশ কৰে।

৩৭পৃষ্ঠাৰ এই অভিযোগনামাত ৮৪টা অভিযোগ উত্থাপন কৰা হৈছে।

Apply Now

অভিযোগনামা প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়-” দিল্লীৰ পৰা ৰিম’ট কণ্ট্ৰ’ল টিপিলেই অসমত অসমীয়াৰ সা-সম্পত্তি বিক্ৰী হয়।বিমানবন্দৰকে আদি কৰি সকলোবোৰ বিক্ৰী কৰি আদানী হঁতক ধনী কৰিলে।

“দুটাকৈ মৃতপ্ৰায় কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ একো নকৰিলে। বিজেপিৰ এই চৰকাৰ ছিণ্ডিকেটৰ চৰকাৰ।সকলোতে কেৱল ছিণ্ডিকেট চলোৱা আৰম্ভ কৰিছে আৰু এই ছিণ্ডিকেট চলাই সকলো প্ৰতিষ্ঠান বিক্ৰী কৰিলে।” সিঙে এইদৰে কয়।

আনহাতে উক্ত সংবাদমেলত উপস্থিত থাকি ৮৪টা অভিযোগ নামাৰ কথা উল্লেখ কৰি সাংসদ আব্দুল খালেকে কয়-“এই ৫বছৰে বিজেপি চৰকাৰ খনে জাতি মাটি ভেটিৰ কথা কৈ ৰাইজক যি প্ৰবঞ্চনা কৰিলে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে এইবাৰ নিৰ্বাচনত তেওঁলোকক দিব।”

“৮৪টা অভিযোগৰ ভিতৰত প্ৰথমেই জাতি মাটি ভেটিৰ অস্তিত্ব ধ্বংস কৰিলে বিজেপিয়ে। চিকিৎসা সেৱা প্ৰদান আৰু সম্প্ৰসাৰণৰ নামত চুড়ান্ত মিথ্যাচাৰ কৰিলে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে নিবনুৱাক চাকৰি দিয়াৰ উপৰি বহুতো অভিযোগ আছে।” খালেকে লগতে কয়।

তেওঁ পুনৰ কয়-“আমাৰ চৰকাৰ আহিলে শাসকীয় চৰকাৰৰ দৰে দুজন মুখ্যমন্ত্ৰী আমাৰ নাথাকে।আমাৰ চৰকাৰ আহিলে এজনেই মুখ্যমন্ত্ৰী হ’ব।”

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

মেনেজমেণ্টৰ সৈতে বিবাদ; গুৱাহাটীৰ এপ’ল’ হাস্পতালত দুদিনৰ বাবে অ’পিডি সেৱা বন্ধ ৰাখিছে চিকিৎসকে

June 4, 2026 7:30 pm
মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd