• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

JEE কেলেংকাৰিক লৈ ফেইচবুকত প’ষ্ট কৰি নিলম্বিত হ’ল গুৱাহাটী আই আই টিৰ একগৰাকী শিক্ষাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 5:13 pm
index.jpg2
365
VIEWS
Share on FacebookShare on Twitter

ফেইচবুকত আপত্তিজনক প’ষ্ট কৰি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ এগৰাকী গৱেষক শিক্ষাৰ্থী নিলম্বনৰ সন্মুখীন হৈছে।

প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানখনৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ বিক্ৰান্ত কুমাৰ নামৰ গৱেষক শিক্ষাৰ্থীগৰাকীক এটা ষান্মাষিকৰ বাবে নিলম্বন কৰা হৈছে।

প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীগৰাকীলৈ প্ৰেৰণ কৰা নিলম্বন পত্ৰ অনুসৰি যোৱা ১০ মাৰ্চ ২০২১ৰ পৰা কাৰ্যকৰী হোৱা এই নিলম্বন অহা ২৭ জুলাই ২০২১ লৈকে বলৱৎ হৈ থাকিব।

উল্লেখ্য যে JEE মূল পৰীক্ষাৰ কেলেংকাৰি সংক্ৰান্তত ফেইচবুকত এক প’ষ্ট কৰিছিল শিক্ষাৰ্থীগৰাকীয়ে আৰু এই প’ষ্টটোকে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই তদন্ত কৰি আপত্তিজনক বুলি অভিহিত কৰিছে।

“মই এইটো জানো যে প্ৰক্সিৰ এই সমস্যাটো একো নতুন বস্তু নহয়, JEE মূল পৰীক্ষাৰ সংক্ৰান্তীয় আৰু বহু সমস্যা আছে। এই অনৈতিক উপায়টোৱে বহুতো সৎ শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰিছে। যদিও এই সমস্যাটো আছে, আৰু আইআইটি-ৰ পৰিসীমাৰ ভিতৰত, আইআইটি-এ এক অস্পষ্ট আৰু দুখজনক ধৰণে কাম কৰি আহিছে।” শিক্ষাৰ্থী বিক্ৰান্ত কুমাৰে ২০ অক্টোবৰ ২০২০ৰ ফেইচবুক প’ষ্টটোত এইদৰে লিখিছিল।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd