• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়কৰ যন্তৰ মন্তৰত ধৰ্ণা; পিছে কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 11:35 am
index.jpgaa
722
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপৰ সকলো মন্ত্ৰী, সাসংদ, বিধায়ক আৰু কাউন্সিলৰে বুধবাৰে যন্তৰ মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰিব।

বুধবাৰে বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব এই প্ৰতিবাদ।

দিল্লীৰ লেফ্টেনেন্ট গভৰ্ণৰক অধিক ক্ষমতা প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ এক বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব।

“দিল্লীৰ সকলো কেবিনেট মন্ত্ৰী, বিধায়ক, আম আদমিৰ সাংসদ আৰু কাউন্সিলৰসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব।” মংগলবাৰে দিল্লীৰ উন্নয়ন মন্ত্ৰী গোপাল ৰায়ে সংবাদ সংস্থা পিটিআইক এইদৰে কয়।

দিল্লী চৰকাৰৰ সাংবিধানিক ক্ষমতা লোপ কৰিবলৈ এই ‘অসাংবিধানিক উপায়’ অৱলম্বন কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক নিন্দাও কৰিছে মন্ত্ৰী ৰয়ে।

তেওঁ লগতে দাবী কৰিছে যে দিল্লীৰ নিৰ্বাচিত চৰকাৰৰ ক্ষমতা সীমিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠৰ সিদ্ধান্তও সলনি কৰিবলৈ চেষ্টা কৰি আহিছে।

উল্লেখ্য যে নতুন বিধেয়কখন গৃহীত হ’লে দিল্লী চৰকাৰে প্ৰতিটো কামৰ বাবে এলজিৰ সিদ্ধান্ত তথা দয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd