• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদৰ্শ আচৰণ বিধি উলংঘনৰ ঘটনাৰ অভিযোগ দাখিলৰ বাবে চি ভিজিল এপ ব্যৱহাৰ কৰাৰ আহ্বান

মাত্ৰ ১০০ মিনিটৰ ভিতৰত আচৰণবিধি উলংঘনকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় ব্যৱস্থা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 17, 2021 8:45 pm
C vigil app

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলা প্ৰশাসনে নিৰ্বাচনৰ সময়ছোৱাত আদৰ্শ আচৰণ বিধি উলংঘনৰ ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ বাবে চি ভিজিল এপ ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলৰ প্ৰতি আহ্বান জনাইছে।

উল্লেখযোগ্য যে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি সম্পৰ্কীয় অভিযোগ দাখিলৰ ক্ষেত্ৰত নাগৰিকসকলক অধিক সক্ৰিয় আৰু শক্তিশালী কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে এই এপ বিকশিত কৰিছে।

Apply Now

গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কয় যে নাগৰিকসকলে চি ভিজিল এপ ব্যৱহাৰ কৰি পোনপটীয়াকৈ জিলা প্ৰশাসনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।

এই এপ ভৰসাযোগ্য আৰু ব্যৱহাৰকাৰীসকলৰ বাবে যথেষ্ট অনুকূল হোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ প্ৰমানসমূহ প্ৰেৰণ কৰিব পৰা যায়।

ইয়াত অভিযোগ দাখিল কৰোতে অটো লোকেচন ব্যৱস্থা থকা হেতু সংশ্লিষ্ট স্থান সন্দৰ্ভত জিলা প্ৰশাসন লগে লগে অৱগত হ’ব পাৰে।

এনড্ৰইড স্মাৰ্টফোন থকা যিকোনো লোকে এই এপ গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে।

এনে এপৰ জৰিয়তে নিজৰ এলেকাৰ আদৰ্শ আচৰণ বিধি উলংঘনৰ ফটো অথবা ২ মিনিটৰ ভিডিঅ’ ফুটেজ দাখিল কৰিব পাৰে।

জিলা প্ৰশাসনে স্থাপন কৰা ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকা নিয়ন্ত্ৰণ কক্ষত অভিযোগ লাভ কৰাৰ পাছতেই ১০০ মিনিটৰ ভিতৰত ফ্লায়িং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স দলৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰে।

নাগৰিক সকলে চি ভিজিল এপৰ জৰিয়তে নিম্নোক্ত ধৰণৰ গোচৰৰ বিষয়ে অভিযোগ দাখিল কৰিব পাৰে-ভুৱা বাতৰি, টকা পইচা বিতৰণ, সুৰা/ নিচা জাতীয় দ্ৰব্য বিতৰণ, ভাবুকি প্ৰদান, মাৰণাস্ত্ৰ প্ৰদৰ্শন, নিৰ্বাচনী টোপ বিতৰণ, সাম্প্ৰদায়িক বৈষম্যসূচক বক্তব্য, পক্ষপাতিত্বমূলকভাৱে বাতৰি পৰিৱেশন, ভোটাৰ ৰাইজক বিনামূলীয়া যাতায়াতৰ সুবিধা প্ৰদান, সম্পত্তিৰ ক্ষতি ইত্যাদি।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd