• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলোচনাৰ পূৰ্বে ভাৰতৰ মানৱ অধিকাৰ ভংগৰ কথা সোঁৱৰাই দিলে শীৰ্ষ মাৰ্কিন নীতি নিৰ্ধাৰকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 9:50 am
Lloyd-Austin-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনে শুকুৰবাৰে ভাৰত ভ্ৰমণলৈ আহি নতুন দিল্লীত উপস্থিত হ’ব। ভাৰতৰ সৈতে মাৰ্কিন নিৰাপত্তা সচিবগৰাকীয়ে কি কি বিষয়ত আলোচনা কৰা উচিত সেই বিষয়ে এক ৰাজহুৱা আহ্বান জনাইছে এগৰাকী শীৰ্ষ মাৰ্কিন নীতি নিৰ্ধাৰকে।

উল্লেখ্য যে ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সম্পৰ্ক অধিক কটকটীয়া কৰাৰ উদ্দেশ্য ভাৰতলৈ আহিবলগীয়া আষ্টিন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী কৃষ্ণাংগ নিৰাপত্তা সচিব।

Apply Now

ভাৰতলৈ অহা লয়েড আষ্টিনক ভাৰত চৰকাৰৰ সৈতে বিশেষভাৱে ‘গণতন্ত্ৰণ আৰু মানৱ অধিকাৰ বিষয়সমূহৰ’ ওপৰত আলোচনা কৰিবলৈ আহ্বান জনাইছে শীৰ্ষ আইন প্ৰণেতা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিনেটৰ তথা মাৰ্কিন চিনেট বৈদেশিক সম্পৰ্ক কমিটিৰ অধ্যক্ষ ব’ব মেনেণ্ডেজে।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৈদেশিক সম্পৰ্কৰ সৈতে মোকাবিলা কৰি থকা আমেৰিকাৰ শীৰ্ষ আইন প্ৰণেতা ব’ব মেনেণ্ডেজে আষ্টিনক শক্তিশালী, বহনক্ষম তথা সুস্থিৰ আমেৰিকা-ভাৰত দ্বিপাক্ষিক সম্পৰ্কৰ বাবে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সন্মান অতি প্ৰয়োজনীয় বুলিও স্পষ্টকৈ উল্লেখ কৰিছে।

“মই আমেৰিকা-ভাৰত অংশীদাৰিত্ব বৃদ্ধি হোৱা চাব বিচাৰো, আমি স্বীকাৰ কৰিব লাগিব যে গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আধাৰিত অংশীদাৰিত্বহে আটাইতকৈ শক্তিশালী, কিন্তু ভাৰত চৰকাৰে সেই মূল্যবোধসমূহৰ পৰা ক্ৰমশঃ আঁতৰি আহিছে।” এখন পত্ৰত এইদৰে কয় ব’ব মেনেণ্ডেজে।

ভাৰতৰ দিল্লী সীমান্তত নতুন কৃষি আইন বিৰোধী শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা কৃষকসকলৰ ওপৰত চলি থকা চৰকাৰী দমন, সাংবাদিক আৰু চৰকাৰৰ নীতিৰ সমালোচকসকলক ভাবুকি দিয়াটোৱে ভাৰতত গণতন্ত্ৰৰ অৱনতি হোৱাটোকে প্ৰতিপন্ন কৰে বুলিও উল্লেখ কৰিছে ব’ব মেনেণ্ডেজে। আৰু ভাৰতৰে আলোচনাৰ কালত এই বিষয়সমূহ উত্থাপন কৰিবলৈ আষ্টিক আহ্বান জনাইছে মেনেণ্ডেজে।

ইফালে ভাৰতে ক্ৰয় কৰিবলৈ লোৱা ৰাছিয়ান এছ-৪০০ প্ৰতিৰক্ষা মিছাইল বিৰোধিতা কৰিবলৈও আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েডক কোৱা হৈছে।

ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা লেনদেনক বিৰোধ কৰি মেনেণ্ডেজে কয় যে “এই সংবেদনশীল সামৰিক প্ৰযুক্তিৰ বিকাশ আৰু ক্ৰয়ৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কাম কৰাৰ ভাৰতৰ ক্ষমতাও সীমিত কৰিব। মই আশা কৰো যে আপুনি আপোনাৰ ভাৰতৰ সৈতে হ’বলগীয়া বাৰ্তালাপত এই সকলোবোৰ দিশ আলোচনা কৰিব।”

আনকি শেহতীয়া বছৰবোৰত গণতান্ত্ৰিক প্ৰমূল্যক আঘাত কৰা ভাৰতৰ ঘটনা প্ৰৱাহৰ কথাও আষ্টিনক মনত পেলাই দিছে মেনেণ্ডেজে।

নাগৰিকত্ব সংশোধনী আইন (CAA), চৰকাৰী নীতি বিৰোধীক গ্ৰেপ্তাৰ কৰা, কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত ৰাজনৈতিক আলোচনা দমন আৰু ৰাজনৈতিক বিৰোধীসকলক গ্ৰেপ্তাৰ কৰা আৰু ৰাজনৈতিক বিৰোধীসকলক উৎপীড়ন কৰি দেশদ্ৰোহৰ আইন ব্যৱহাৰেৰে ভাৰতে মানৱ অধিকাৰ ভংগ কৰা বুলি কৈ এইবোৰ ভাৰত চৰকাৰৰ সৈতে হোৱা অলোচনাত উত্থাপন কৰিবলৈ আহ্বান জনাইছে ব’ব মেনেণ্ডেজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd