• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৌৰজগতৰ বিস্ময়! পৃথিৱীৰ অতি ওচৰৰে আজি তীব্ৰ গতিৰে পাৰ হৈ যাব এটা বৃহৎ গ্ৰহাণু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 10:22 am
WhatsApp Image 2021-03-21 at 9.42.11 AM
7.2k
VIEWS
Share on FacebookShare on Twitter

সৌৰজগতৰ বৃহত্তম গ্ৰহাণুটো প্ৰতি ঘন্টাত ৭৭০০০মাইল গতিত দেওবাৰে পৃথিৱীৰ অতি ওচৰেৰে পাৰ হৈ যাব।

দক্ষিণ আকাশেৰে অতি তীব্ৰ বেগেৰ পাৰ হৈ যোৱাৰ সময়ত ইয়াক অত্যন্ত উজ্জ্বল ৰূপত দেখা যাব।

গ্ৰহাণুটো পাৰ হৈ যোৱাৰ সময়ত পৃথিৱীৰ পৰা চন্দ্ৰৰ যিমান দূৰত্ব তাতকৈ পাঁচগুণ অধিক দূৰত্বত থাকিব। সেয়ে, এই গ্ৰহাণুটোৱে পৃথিৱীত আঘাত হনাৰ কোনো সম্ভাৱনা নাই।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই যোৱা ১১ মাৰ্চতেই জানিবলৈ দিছিল যে সৌৰজগতৰ বৃহত্তম গ্ৰহাণুটো ২১ মাৰ্চতপৃথিৱীৰ অত্যন্ত কাষেৰে পাৰ হৈ যাব।

প্ৰায় ৩০০০ফুট ব্যাসৰ এই গ্ৰহাণুটোৰ নাম ২০০১ এফ ও ৩২। আজিৰ পৰা ২০ বছৰ পূৰ্বে এইটো আৱিষ্কৃত হৈছিল।

এই সন্দৰ্ভত ‘চেন্টাৰ ফৰ নিয়াৰ আৰ্থ অৱজেক্ট ষ্টাডিজ’ৰ মুৰব্বী পল খোদাছে জানিবলৈ দিয়ে যে এই গ্ৰহাণুটো কোনো ধৰণে পৃথিৱীৰ গাত আহি পৰাৰ আশংকা নাই। তদুপৰি, এই গ্ৰহাণুটো পাৰ হৈ যোৱাৰ পাছত ২০৫২চনৰ পূৰ্বে আৰু কোনো বৃহৎ আকৃতিৰ গ্ৰহাণু অহাৰ সম্ভাৱনা নাই।

আনহাতে, ২০৫২চনত পৃথিৱীৰ কাষেৰে পাহ হৈ যাবলগীয়া গ্ৰহাণুটো সৈতে পৃথিৱীৰ ২.৮মিলিয়ন কিলোমিটাৰ দূৰত্ব থাকিব বুলি সদৰী কৰিছে বিজ্ঞানীসকলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd