• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবলৈ অ-বড়ো সুৰক্ষা কমিটিৰ আহ্বান

বিজেপিক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৩ খনকৈ সমষ্টিত বিজেপিৰ বিৰুদ্ধে অ বড়ো সুৰক্ষা কমিটিৰ প্ৰাৰ্থী

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 27, 2021 3:48 pm
a obodo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে অ বড়ো সুৰক্ষা কমিটিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দলক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনায়।

অ বড়ো সুৰক্ষা কমিটিৰ উপদেষ্টা ব্ৰজেন মহন্তই আগন্তুক নিৰ্বাচনক উদ্দেশ্যি কয় ” বিজেপিক এইবাৰ উৎখাত কৰিবলৈ অ বড়ো সুৰক্ষা কমিটিৰ ফালৰ পৰা তামুলপুৰ,গোসাঁইগাঁও আৰু চাপাগুড়িত আমাৰ প্ৰাৰ্থী ক্ৰমে ৫৮ নং সমষ্টি তামুলপুৰত ডিম্বেশ্বৰ ৰাভা,৬৩ নং সমষ্টি চাপাগুড়িত জ্যোতিষ কুমাৰ দাস আৰু ২৮ নং সমষ্টি গোসাঁইগাঁওত আব্দুল ছামাদ চৌধুৰীক আগবঢ়াইছোঁ।”

Apply Now

“বিজেপি নেতৃত্বাধীন উ পি পি এল আৰু গি এচ পি চৰকাৰ বিটিছিত অধিষ্ঠিত হোৱাৰ পাছতেই
চৰকাৰৰ নিৰ্দেশ অনুসৰি অগণন ৰাইজক উচ্ছেদিত কৰাৰ বাবে চৰকাৰী নটিচ জাৰি কৰা দেখা পোৱা গ’ল।

কিন্তু জনগণৰ ৰঙা চকুৰ ভয়ত  আৰু নিৰ্বাচন সমুখত থকাৰ বাবে এই কাৰ্য্য স্থগিত ৰখা দেখা পোৱা গ’ল।

তেওঁ লগতে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে মহাজোঁটৰ প্ৰাৰ্থীৰ লগতে বিজেপি বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

‘সেইবাবে সকলো অসমবাসী ৰাইজলৈ আহ্বান  জনাওঁ যদি জাতি মাটি ভেটি ৰক্ষা কৰিব খুজিছে তেনেহলে এইবাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব লাগিব অন্যথা বিজেপি মিত্ৰজোঁট চৰকাৰে অসমখন ধ্বংস কৰিবলৈ বেছি দিন নাই’। উপদেষ্টা ব্ৰজেন মহন্তই অসমবাসী ৰাইজলৈ আহ্বান জনাই কয়।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd