• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বাতৰি কাকতত ওলোৱা বিজ্ঞাপনক হোলীৰ দিনা কৰা এক ধেমালি আখ্যা কংগ্ৰেছৰ

মুখ্য নিৰ্বাচনী আয়ুক্তৰ হস্তক্ষেপ বিচাৰি কংগ্ৰেছৰ স্মাৰকপত্ৰ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 29, 2021 2:46 pm
a congress
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ৰাজীৱ ভৱনত হোৱা এখন সংবাদমেলত বিজেপিয়ে বাতৰি কাকতত দিয়া বাতৰিৰ লেখীয়াকৈ দিয়া বিশেষ বিজ্ঞাপনটো সন্দৰ্ভত  ক্ষোভ উজালিৰে কংগ্ৰেছে।

” বিজেপিয়ে বাতৰি কাকতত দিয়া বিজ্ঞাপনটো হলীৰ দিনা কৰা এক ধেমালি।ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন শেষ নোহোৱাৰ আগতেই বিজেপিয়ে হাৰ মানিলে।সেইবাবে নিৰ্বাচন শেষ নোহোৱাৰ আগতেই এনে ধৰণৰ বিজ্ঞাপন বাতৰি কাকত বিপুল ভোটত জিকিম বুলি দিয়াটো অতিকৈ হাস্যজনক কথা।”  কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে বিজেপিৰ বিজ্ঞাপনক উদ্দেশ্যি  এনেদৰে কয়।

আনহাতে এই সন্দৰ্ভত কংগ্ৰেছৰ ন্যায়িক গোটৰ অধ্যক্ষ  নিৰন বৰাই মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাৰেলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত “বিজেপিয়ে বাতৰিৰ আকাৰত দিয়া বিজ্ঞাপনটোৰে ভোটাৰক আহি থকা দুটা পৰ্যায়ৰ নিৰ্বাচনত প্ৰভাৱান্বিত  কৰিবলৈ বিছাৰিছে।

এনে ধৰণৰ বিজ্ঞাপন যাতে বাতৰি কাকত বা আন মাধ্যমত প্ৰকাশ নাপায় তাৰ ব্যৱস্থা কৰিবলৈও তেওঁ মুখ্য নিৰ্বাচন আয়ুক্তক আহ্বান জনায়।

লগতে এনে ধৰণৰ বিজ্ঞাপন প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ বাবে বিজেপি আৰু সংশ্লিত কাকত কেইখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো তেওঁ দাবী উত্থাপন কৰে।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

August 15, 2025 7:30 am
আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd