• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশেষভাৱে সক্ষমসকলৰ বাবে শিল্পগ্ৰামত তিনিদিনীয়া পুতলা নিৰ্মাণৰ কৰ্মশালা আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 7:17 am
DSC_8173
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৱাহাটীৰ শিল্পগ্ৰামত বৃহস্পতিবাৰৰ পৰা পুতলা নিৰ্মাণৰ এখন তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ নৰ্থ ইষ্ট জ’ন কালচাৰেল চেন্টাৰ(এনইজেডচিচি)আৰু ব্যতিক্ৰম মাসডোৰ উদ্যোগত কৰ্মশালাখন অনুষ্ঠিত হৈছে।

Apply Now

শিল্পগ্ৰামত কৰ্মশালাখন ২৪ মাৰ্চলৈকে চলিব। শুকুৰবাৰৰ পৰা কৰ্মশালাখন পুৱা দহ বজাৰ পৰা পৰা দুপৰীয়া আঢ়ৈ বজালৈকে চলিব।

বৃহস্পতিবাৰে কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে এনইজেডচিচিৰ দায়িত্ববাহী জিতুল সোণোৱাল, ৰঞ্জন বিশ্বাস, ব্যতিক্ৰম মাসডোৰ সভাপতি ড০সৌমেন ভাৰতীয়া, আইআইআৰডিডিএৰ অধ্যক্ষ মনিপদ্মা বৰঠাকুৰ বাৰ্মা, জ্যোতিপ্ৰসাদ চহৰীয়া, পপি কলিতা,  জুৰি কলিতা,  আশ্ৰাফুল আলী আদিয়ে।

কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে আছে ৰুমা বৰা,  ৰূপালী দাস,  শিল্পী চক্ৰৱৰ্তী, অজন্তা বৈশ্য আৰু আশিস শৰ্মা। শিশুৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীসকলে কৰ্মশালাখনত যোগদান কৰিছে।

ষাঠি জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ নাম হৈছে উমংগ। এনইজেডচিচি ৰঞ্জন বিশ্বাসে কয়, ‘’ অসমত পুতলা,  মুখা প্ৰস্তুত কৰা শিল্পৰ মৰ্যাদা বাঢ়িছে। এনেদৰে কৰ্মশালাৰ জৰিয়তে ভৱিষ্যতে প্ৰশিক্ষাৰ্থীসকলে যাতে উপযুক্ত জীৱিকাৰ পথ বিচাৰি পায় তাৰে প্ৰয়াস কৰা হৈছে। আশা কৰিছো কৰ্মশালাত শিক্ষা লৈ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰত বহি কম খৰচতে নিখুঁতভাৱে মুখা তৈয়াৰ কৰিব পাৰিব।‘’

কৰ্মশালাখনৰ অন্যতম আয়োজক ব্যতিক্ৰম মাসডোৰ সভাপতি ড. সৌমেন ভাৰতীয়াই কয়, ‘’বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক লৈ বিগত বছৰকেইটাত আমাৰ তৰফৰ পৰা ‘জব ফেয়াৰ’ অনুষ্ঠিত হৈছিল। প্ৰতিবাৰেই অন্তত: বিশেষভাৱে সক্ষম হাজাৰ সংখ্যক প্ৰাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল। এই জব ফেয়াৰৰ পৰাই বহুতে নিজৰ জীৱিকা বিচাৰি পাইছে। এনইজেডচিচিৰ সৈতে কৰা উমংগ কাৰ্যসূচীও সফল হ’ব বুলি আমাৰ বিশ্বাস।‘’

তেওঁ লগতে কয়, ‘’সুন্দৰ সুন্দৰ পুতলা,  মুখাৰ আজিকালি বজাৰত দাম আছে। আমি নিশ্চিত যে এই কৰ্মশালাৰ যোগেদিও ভৱিষ্যতে ভাল ভাল শিল্পী ওলাই আহিব।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd