• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলাইগাঁৱৰ ৰাজাপুখুৰীত ভোটকেন্দ্ৰত আৰক্ষীৰ গুলীচালনাত দুজন গুৰুতৰভাৱে আহত

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 2, 2021 7:04 am
Firing-1140x570

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ভোটগ্ৰহণৰ সন্ধিয়া কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী পাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত এদল লোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচলনা কৰাৰ ঘটনা সংঘটিত হয়।

কলাইগাঁও বিধানসভা সমষ্টিত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

Apply Now

সংশ্লিষ্ট প্ৰাৰ্থীৰ পুলিং এজেন্টৰ চহী নোহোৱাকৈ ইভিএম বাকচ লৈ যোৱাৰ গুৰুতৰ অভিযোগ তুলি সন্ধিয়া প্ৰায় ৬-৩০ বজাত ভোটকেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদী লোকসকলে প’লিং বিষয়াসকলৰ বিৰুদ্ধে দুজন প্ৰাৰ্থীৰ প্ৰতি পক্ষপাতিত্বমূলক ভূমিকা লোৱা বুলি অভিযোগ তোলাৰ লগতে তেওঁলোকে মাত্ৰ উক্ত প্ৰাৰ্থীৰ প’লিং এজেন্টৰহে স্বাক্ষৰ লৈ আনসকলক উপেক্ষা কৰা বুলিও অভিযোগ আনে।

স্থানীয় প্ৰতিবাদী ৰাইজে ভোটকেন্দ্ৰটো ঘেৰাও কৰে আৰু ইভিএমত অধিক ভোট থকাৰ গুৰুতৰ অভিযোগ তোলে।

জিলা সদৰ মঙলদৈৰ পৰা জ্যেষ্ঠ বিষয়াসকল গৈ ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰু আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

‘’আৰক্ষীয়ে গধূলি ৮-১৫ৰ পৰা ৮-৩০ বজাৰ ভিতৰত কেইবা জাঁইয়ো গুলী চলায়,’’-সূত্ৰসমূহে জানিবলৈ দিয়ে।

সূত্ৰসমূহৰ মতে গুলীচালনাৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয়।

ফোনযোগে যোগাযোগ কৰাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে পুৱাই ইভিএমসমূহ স্থাপন কৰাৰ সময়ত বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ প’লিং এজেন্টজন পলমকৈ উপস্থিত হোৱাৰ বাবে তেওঁৰ স্বাক্ষৰ ল’ব পৰা নগ’ল।

দলটোৰ এজেন্টজনে প্ৰক্ৰিয়াটো সামৰণি পৰাৰ সময়ত বিষয়টো তুলি ধৰি হুলস্থুল কৰে।

তেওঁ কয় যে উন্মত্ত লোকসকলে ঘেৰাও কৰাৰ পাছত আৰক্ষীয়ে প্ৰথমতে লাঠীচালনা কৰে আৰু তাৰপাছত ৰাবাৰ বুলেটেৰে গুলী চলায়।

‘’বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন’’ বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

Tags: Assam Election
ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd