• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 11:29 am
index-2-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত।

প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত বৰ্তমান নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকাৰ বাবেই ভোটদানৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰফুল্ল মহন্তৰ ভোটকেন্দ্ৰ নগৰ সদৰ সমষ্টিত আছে আৰু এইবাৰ তেওঁক ভোটকেন্দ্ৰত ভোটদান কৰা ৰাইজে দেখিবলৈ নাপালে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ আন লোকসকলকো ভোটকেন্দ্ৰটোত ভোটদান কৰা দেখা পোৱা নগ’ল।

আনহাতে, ২০১৯ৰ লোকসভা নিৰ্বাচনত আঞ্চলিক জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ভোটদানৰ পৰা বিৰত আছিল।

ইয়াৰ পূৰ্বে যোৱা ৮ মাৰ্চত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল।

সেইদিনা নিশা সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্তই।

উল্লেখ্য যে অগপই প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ সমষ্টি বঢ়মপুৰক বিজেপিক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়ে। ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল আৰু দিল্লীত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পৰিয়ালৰ সৈতে গুৱাহাটী উপস্থিত হৈছিল।

গুৱাহাটী উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসম গণ পৰিষদ (প্ৰগতিশীল) দলক পুনৰ সক্ৰিয় কৰি কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি বঢ়মপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

অৱশ্যে ৮ মাৰ্চৰ নিশা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাতো নিশ্চিত।

নিজে প্ৰতিষ্ঠা কৰা অগপৰ বৰ্তমানৰ নেতৃত্বই জাতিৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থক অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছিল পত্নী জয়শ্ৰী গোস্বামী মহন্তই।

জয়শ্ৰী গোম্বামী মহন্তই সংবাদ মাধ্যমৰ আগত অগপৰ বৰ্তমান নেতৃত্বক বিশেষকৈ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক ক্ষুৰধাৰ সমালোচনাও কৰিছিল।

স্মৰ্তব্য যে ১৯৮৫-৯০ আৰু ১৯৯৬-২০০১ চনলৈ দুটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা একাৰাহে সাতটা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd