• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰক্ষিত নহয় সাংবাদিকো! মন্ত্ৰীয়ে ভাবুকি দিয়া সাংবাদিকক নিৰাপত্তাৰক্ষী প্ৰদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2021 2:45 pm
Nazrul vs pijush

মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংবাদিক নজৰুল ইছলাম।

2.3k
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় ৰাজ্যৰ সাংবাদিকসকল!

এই কথাই প্ৰতীয়মান কৰি কালি মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে ভাবুকি প্ৰদান কৰা সাংবাদিক জাগীৰোডৰ মায়ঙৰ সাংবাদিক নজৰুল ইছলামক নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে।

মৰিগাওঁ জিলা আৰক্ষী অধীক্ষক নন্দ সিঙে এজন নিৰাপত্তাৰক্ষী প্ৰদান কৰিছে প্ৰতিদিন টাইমৰ সাংবাদিকগৰাকীক।

উল্লেখযোগ্য যে, মন্ত্ৰী পীযুষ হাজৰিকাই ফোনযোগে সাংবাদিকগৰাকীক ঘৰৰ পৰা চোঁচোৰাই ৰাস্তালৈ নিয়াৰ ভাবুকি দিয়া ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষোভৰ উদ্গীৰণ হোৱাৰ লগতে বিভিন্ন সাংবাদিক সংস্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছিল।

তাৰ পাছতে নজৰুলৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ স্বাৰ্থত নিৰাপত্তাৰক্ষী প্ৰদান কৰে নগাওঁ জিলা আৰক্ষী অধীক্ষকে।

কালি মন্ত্ৰীগৰাকীয়ে ফোনযোগে ভাবুকি দিয়াৰ পাছতে  জাগীৰোড থানাত এক এজাহাৰ দাখিল কৰিছিল সাংবাদিক নজৰুল ইছলাম আৰু তুলসী মান্তাই।

এজন মন্ত্ৰীৰ ভাবুকিৰ পাছতে এনেদৰে এগৰাকী সাংবাদিকৰ জীৱনলৈ নামি অহা ভাবুকিৰ বাবেই নিৰাপত্তাৰক্ষী প্ৰদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাৰ ‘কা’ক লৈ কৰা এটা মন্তব্যই ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ মাজতে সেই ঘটনাক কেন্দ্ৰ কৰি জাগীৰোডৰ প্ৰতিদিন টাইমৰ সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা।

তদুপৰি, ফোনযোগে নজৰুল নামৰ সাংবাদিকগৰাকীক এটাৰ পাছত আন এটা ভাবুকি দি গ’ল মন্ত্ৰীগৰাকীয়ে। আনকি ইমানখিনি ধমক দিয়াৰ পাছত এগৰাকী সন্মানীয় মন্ত্ৰী বুলি সাংবাদিকে সোঁৱৰাই দিয়াত তেওঁ নিজকে ‘অসন্মানীয় মন্ত্ৰী’ বুলি স্বীকাৰ কৰে।

ইপিনে, দুগৰাকী সাংবাদিকে মিঞা পলিটিক্স কৰা বা নিৰপেক্ষ সাংবাদিকক আজমল পাৰ্টীৰ সজাই ঘৰৰ পৰা ৰাস্তালৈ চোঁচৰাই অনাৰ ভাবুকি দিয়াৰ লগতে এই পাঁচবছৰ শাসনকালত তেওঁলোকৰ শান্তি নোহোৱা কৰিব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই ধমক দিয়ে।

Tags: Assam Election

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd