• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ : ICCত অভিযোগ দাখিল শিক্ষাৰ্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2021 7:35 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ শিক্ষাৰ্থীৰ ওপৰত যৌন শোষণ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে।

বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে তেওঁৰে এগৰাকী গৱেষিকা শিক্ষাৰ্থীয়ে যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

অসমীয়া বিভাগৰ পিএইছ ডিৰ গৱেষিকা শিক্ষাৰ্থীগৰাকীয়ে তেওঁৰ তত্বাৱধায়ক তথা বিভাগৰ অধ্যাপকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে যৌন উৎপীড়নৰ ঘটনাৰ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ Internal Complaints Committee(ICC)ত অভিযোগ দাখিল কৰিছে।

বিশষে সূত্ৰে জানিব পৰা অনুসৰি গৱেষিকা শিক্ষাৰ্থীগৰাকীয়ে মাৰ্চৰ চতুৰ্থ সপ্তাহতে অভিযুক্ত অধ্যাপকগৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ Internal Complaints Committee(ICC)ত অভিযোগ দাখিল কৰে যদিও কমিটিৰ তদন্ত কোন পৰ্যায়ত আছে সেয়া জানিব পৰা হোৱা নাই।

অৱশ্যে তিনিগৰাকী শিক্ষাৰ্থী প্ৰতিনিধি থকা ৯ নজনীয়া Internal Complaints Committee-এ অভিযোগকাৰী গৱেষিকা শিক্ষাৰ্থীগৰাকীৰ জবানবন্দী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে নৰ্থইষ্ট নাওৰ ফালৰ পৰা উক্ত কমিটিৰ প্ৰিজাইডিং বিষয়া ডঃ দ্বীপশিখা বড়াৰ লগতে এগৰাকী শিক্ষাৰ্থী প্ৰতিনিধিৰ সৈতে ঘটনাটোৰ তদন্তৰ অগ্ৰগতিৰ সম্পৰ্কে যোগাযোগ কৰি জানিবলৈ বিচৰা হৈছিল যদিও বিষয়াগৰাকীসহ শিক্ষাৰ্থী প্ৰতিনিধিগৰাকীয়ে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বিশ্ববিদ্যালয়খনৰ অধ্যাপকৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপনৰ উদাহৰণ আছে।

বিগত বৰ্ষত বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপকগৰাকীৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ Internal Complaints Committeeত ভুক্তভোগী বুলি দাবী কৰা শিক্ষাৰ্থীগৰাকীয়ে অভিযোগ দাখিল কৰিছিল।

ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকীয়ে বিগত বছৰ নৱেম্বৰ মাহত সোণাৰী আৰক্ষী থানাৰ দ্বাৰস্থও হৈছিল।

অভিযোগ আছিল যে ২০১৬ বৰ্ষতে ছাত্ৰীগৰাকীক অধ্যাপক ডঃ নাথে যৌন উৎপীড়ন চলাইছিল। যৌন শোষণৰ অভিযোগটো বিশ্ববিদ্যালয়ৰ তদানীন্তন Internal Complaints Committeeত বিচাৰাধীন অৱস্থাতে অধ্যাপক ডঃ নাথে স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খন ত্যাগ কৰিছিল।

ইয়াৰ পিছতে অধ্যাপক ডঃ ডম্বৰুধৰ নাথক অসম চৰকাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচাৰ্য হিচাপে নিযুক্তি দি পুৰস্কৃত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd