• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি নহ’ল ইতিহাস! ৰাছেল-ৰাণাৰ দুৰ্দান্ত প্ৰদৰ্শেনেও মুম্বাইৰ বিৰুদ্ধে জিকাব নোৱাৰিলে কলকাতাক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 7:55 am
KKR vs MI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আইপিএলত নিজৰ অতীত ইতিহাস সলনি কৰাৰ ক্ষেত্ৰত আকৌ এবাৰ মুখথেকেচা খালে কলকাতা নাইট ৰাইডাৰ্ছে।

মঙলবাৰে সন্ধিয়া অনুষ্ঠিত আইপিএলৰ মেচখনত নীতিশ ৰাণাৰ পৰাক্ৰম দেখি কলকাতাই বিজয়ৰ সোৱাদ পাব বুলি আশা কৰি থাকোতেই ছন্দপতন ঘটিল কলকাতাৰ।

Apply Now

ৰাহুল চাহাৰৰ কৌশলী বলিঙত নীতিশ ৰাণা পেভলিয়নলৈ ওভতাৰ পথতে সকলো সমীকৰণ উলটি গ’ল। আৰু পৰিণতিত আকৌ এবাৰ মুম্বাইৰ বিৰুদ্ধে পৰাজয়ৰ ইতিহাস দোহাৰিলে কলকাতাই।

টছত জয় লাভ কৰি কলকাতাৰ অধিনায়ক ইয়ন মৰ্গানে ফিল্ডিঙৰ সিদ্ধান্ত লয় আৰু সেয়া বাস্তৱত শুদ্ধ বুলি প্ৰমানিতও হয়।

আন্দ্ৰে ৰাছেলে মুম্বাইৰ ইনিংছ প্ৰায় তচনচ কৰি পেলায়। কেৰিবিয়ান তাৰকাগৰাকীয়ে ইয়াৰ জৰিয়তে এক অনন্য অভিলেখো গঢ়ে। তেওঁ মাত্ৰ ১২ ৰাণৰ বিনিময়ত কিৰেন পোলাৰ্ড, ক্ৰুণাল পাণ্ডিয়া, মাৰ্কো জনছন, বুমৰাহ আৰু চাহাৰৰ উইকেট দখল কৰে।

আইপিএলত ইশান্ত শৰ্মাৰ পাছত ১২ৰাণত ৫টা উইকেট দখল কৰা অভিলেখ গঢ়ে ৰাছেলে। পেট কামিন্সে লয় দুটা উইকেট।

মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদবৰ বাহিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বলিঙৰ সন্মুখত আন কোনোৱে তিষ্ঠিব নোৱাৰিলে।

মুম্বাইয়ে তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত ১৫২ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতাই ৭টা উইকেট হেৰুৱাই ১৪২ৰাণতে ইনিংছ সামৰে।

নীতিশ ৰাণাই ৫৭ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলিলে যদিও সেয়া জয়ৰ বাবে পৰ্যাপ্ত নহ’ল। ফৰ্মত থকা ৰাণাক পেভলিয়নলৈ পঠিয়াই মেচখন মুম্বাইৰ হাতলৈ নিয়ে চাহাৰে।

লেগ স্পীনাৰ চাহাৰে চাৰিটা উইকেট দখল কৰি কে কে আৰৰ বেটিঙৰ ৰাজহাড় ভাঙি দিয়ে। কলকাতাৰ হৈ বেটিঙত আকাংখিত প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হয় ৰাছেল, কাৰ্তিক, মৰ্গান তথা চাকিবে।

অন্তিম অভাৰত ব’ল্টে দুটা উইকেট লৈ মুম্বাইৰ বিজয় নিশ্চিত কৰে। মুম্বাইয়ে হাতৰ পৰা ওলাই যোৱা মেচখন এইদৰেই ঘুৰাই আনিবলৈ সক্ষম হয়।

ইপিনে, দলৰ খেলত অসন্তুষ্ট মালিক শ্বাহৰুখ খানে নিজৰ নিৰাশা প্ৰকাশ কৰাৰ লগতে টুইট কৰি কে কে আৰৰ সমৰ্থকসকলৰ ওচৰত ক্ষমা বিচাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd