• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০ কোটি টকাৰ চিনেমাতকৈ কৰোণা ৰোগীৰ সেৱাত বেছি তৃপ্তি, ক’লে চনু সুদে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 6:41 pm
(ফাইল ফটো)

(ফাইল ফটো)

375
VIEWS
Share on FacebookShare on Twitter

কিছুদনি পূৰ্বে কৰোণাত আক্ৰান্ত হৈছিল তেওঁ।

সুস্থ হৈয়েই পুনৰ কৰোণা আক্ৰান্ত লোকসকলৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছে বলিউডৰ অভিনেতা চনু সুদে।

এইধৰণে মানৱীয় কৰ্মত নিজকে সঁপি দি তেওঁ কিমান আত্মসন্তোষ লাভ কৰিছে, সেই কথা টুইটাৰযোগে তেওঁ ভাৱ প্ৰকাশ কৰিছে।

তেওঁ জানিবলৈ দিছে যে ১০০ কোটি টকাৰ একোখন ছৱিৰ অংশ হোৱাতকৈও এইধৰণৰ কামত জড়িত থাকি লক্ষ গুণ বেছি আনন্দ লাভ কৰিব পাৰি।

মঙলবাৰে ৰাতি টুইটাৰত তেওঁ লিখে- “মাজৰাতি যেতিয়া অসংখ্য ফোন কৰি আক্ৰান্ত লোকসকলৰ বাবে প্ৰয়োজনীয় বিচনাৰ ব্যৱস্থা কৰা হয়, অক্সিজেন যোগান ধৰা হয়, মই শপত লৈ কৈছো যে ১০০ কোটিৰ ছৱিৰ অংশ হোৱাকৈ এয়া লক্ষ গুণ বেছি সন্তোষজনক। যেতয়া হস্পিতালৰ বাহিৰত মানুহে এখন বিচনাৰ বাবে অপেক্ষাত অধীৰ হৈ ৰৈছে, তেতিয়া কি আমি শুব পাৰো নেকি?”

In the middle of night,after making numerous calls if u r able to get beds for needy, oxygen for some people n save few lives, I swear..it’s million times more satisfying than being a part of any 100cr film. We can’t sleep when people are infront of hospitals waiting for a bed.

— sonu sood (@SonuSood) April 27, 2021

ক’ভিডৰ দ্বিতীয় ঢৌৱে ভাৰতত হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে অভিনেতাগৰাকীয়ে ব্যক্তিগতভাৱে বিভিন্ন পদক্ষেপ হাতত লৈছে।

উল্লেখযোগ্য যে যোৱা বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা লকডাউনৰ সময়ত অভিনেতাজন সাংঘাটিকভাৱে চৰ্চিত হৈ পৰিছিল।

ইয়াৰ কাৰণ আছিল লকডাউনত সৰ্বস্বান্ত হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক নিজ নিজ গৃহ ৰাজ্যলৈ উভটাই পঠাবলৈ অভিনেতাজনে যাতায়তৰ যোগান ধৰিছিল।

তদুপৰি বহুতো শ্ৰমিকক বিকল্প জীৱিকাৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিছিল।

অভিনেতাজনৰ এই ব্যতিক্ৰমী কৰ্মৰাজীয়ে দেশবাসীৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

আনকি প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁক ‘ছেভিয়ৰ’ (ৰক্ষাকৰ্তা) হিচাপেও অভিহিত কৰিছিল।

Recent News

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd