• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ছুপাৰ ডান্সাৰ ২’ ৰ খিতাপ জয় যোৰহাটৰ বিশাল শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2018 7:17 am
super-dancer759-570x320

শ্ব’ৰ সময়ত ছবিৰ বাবে প’জ দিছে বৰুণ ধাৱান, শিল্পা ছেট্টী, গীতা কাপুৰ, অনুৰাগ বাসু, ৰিটিক ডিৱাকেৰ, বৈষ্ণৱী প্ৰজাপতি, আকাশ থাপা আৰু বিশাল শৰ্মাই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছোনী এন্টাৰটেইমেন্ট টেলিভিশ্বনৰ নৃত্যৰ ৰিয়েলিটি শ্ব’ ছুপাৰ ডান্সাৰ প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে অসমৰ যোৰহাটৰ শিশু বিশাল শৰ্মাই। শনিবাৰে নিশা এক বৰ্ণাঢ্য অনুষ্ঠানত বিশালক বিজয়ীৰ খিতাপ প্ৰদান কৰা হয়।

বিশাল আছিল এগৰাকী অত্যন্ত সজীৱ প্ৰদৰ্শনকাৰী আৰু বিচাৰকৰ অন্তৰ জয় কৰি প্ৰতিটো প্ৰদৰ্শনতে তেওঁ এশ শতাংশ উজাৰি দিছিল। প্ৰতিটো নৃত্যৰেই তেওঁ প্ৰতিযোগিতাখনৰ মঞ্চত ধুমুহাৰ সৃষ্টি কৰিছিল।

Apply Now

‘ছুপাৰ ডান্সাৰ ২’ ৰ খিতাপ অৰ্জনৰ সূত্ৰে বিশালে নগদ ১৫ লাখ টকাৰ পুৰস্কাৰৰ লগতে বিজয়ী ট্ৰফী লাভ কৰিছে। তেওঁৰ ‘ছুপাৰ গুৰু’ৱে লাভ কৰিছে ৫ লাখ টকাৰ নগদ পুৰস্কাৰ।

প্ৰতিযোগিতাৰ চাৰিগৰাকী চূড়ান্ত প্ৰতিযোগী ৰিটিক ডিৱাকেৰ, বৈষ্ণৱী প্ৰজাপতি, আকাশ থাপা আৰু বিশাল শৰ্মাই বিগত এসপ্তাহ ধৰি আকৰ্ষণীয় খিতাপটো অৰ্জনৰ বাবে হিয়া উজাৰি নৃত্য প্ৰদৰ্শন কৰিছিল।

দহ বছৰীয়া ৰিটিক ডিৱাকেৰে বিচাৰক শিল্পা ছেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বাসুক তেওঁৰ শীতল আৰু অনন্য শৈলীৰে প্ৰভাৱিত কৰাৰ লগতে পাঁচ বছৰীয়া পানীপটৰ বৈষ্ণৱী প্ৰজাপতিয়ে তেওঁৰ শক্তি আৰু প্ৰতিভাৰে সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছিল। একেদৰে দেৰাদুনৰ আকাশ থাপাই তেওঁৰ সম্পূৰ্ণ নৃত্যশৈলীৰে তথা আৱেদনেৰে বিচাৰকৰ লগতে দৰ্শকৰ অন্তৰ জয় কৰিছিল।

গড়মূৰ জাতীয় বিদ্যালয়ৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ বিশালে ২০১৭ ৰ আগষ্টৰ পৰাই দৰ্শকক মুগ্ধ কৰি আহিছিল আৰু চূড়ান্ত বিজয়ী হোৱাৰ পথত এক শক্তিশালী প্ৰতিযোগী হিচাপে বিবেচিত হৈছিল।

বিশালৰ পিতৃ-মাতৃৰ তিনিটা সন্তান আৰু দুটা গাই গৰু পুহি তেওঁলোকে সংসাৰ চলাই আছে। কোনোমতে সংসাৰ চলাই থকা তেওঁলোকৰ পৰিয়ালটো ঋণগ্ৰস্ত হৈ চলি আছে। বিশালৰ এই বিজয়ে পৰিয়াললৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd