• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এসময়ত তেওঁ বিক্ৰী কৰিছিল কমলা; দেশৰ সংকটত নিজৰ ৮৫লাখ জমা টকাৰে কিনিলে অক্সিজেন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 9:33 am
Pyare Khan

মহানুভৱ প্যাৰে খান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইগৰাকী মহানুভৱ ব্যক্তিয়ে কেনেদৰে চানেকি গঢ়িলে চাওক। মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰিবহন ব্যৱসায়ী প্যাৰে খানে নিজৰ ৮৫লাখ টকা খৰচ কৰি হাস্পাতালে হাস্পাতালে ৪০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰিছে।

ইয়াৰ বাবে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা তেওঁক টকা দিব বিচৰা হৈছে যদিও তেওঁ লোৱা নাই।

Apply Now

বৰ্তমান এগৰাকী কোটিপতি প্যাৰে খানে এসময়ত জীৱনৰ আৰম্ভণি কৰিছিল ৰে’ল ষ্টেশ্যনৰ বাহিৰত কমলা বিক্ৰী কৰি। এতিয়া নাগপুৰত তেওঁৱেই ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

কৰ’নাৰ সংক্ৰমণৰ ফলত চহৰখনত অকসিজেনৰ অভাৱৰ ঘটনাত প্যাৰে ব্যথিত হৈ পৰে। হাস্পাতলসমূহত অক্সিজেন চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে নাই পৰ্যাপ্ত যোগান। এনে অৱস্থাত অসহায় ৰোগীসকলৰ কাষত থিয় হোৱাৰ মানসেৰে তেওঁ অক্সিজেন যুঁজত নামি পৰে।

প্যাৰে খানে ৰুৰকেল্লা, ভিলাই, বৰেলিৰ দৰে চহৰৰ পৰা বজাৰ দৰতকৈ অধিক দাম দি অক্সিজেন টেংকাৰ কিনি নাগপুৰৰ হাস্পাতলসমূহত যোগান ধৰিবলৈ আৰম্ভ কৰে।

বাতৰি অনুসৰি, এতিয়ালৈকে প্যাৰে খানে নাগপুৰলৈ ৪০০ মেট্ৰিক টন অক্সিজেন আনিছে। প্যাৰে জানিবলৈ দিয়ে যে ৰমজান মাহত আৰ্তজনৰ কাষত থিয় দিয়াটো তেওঁৰ এক কৰ্তব্য।

প্যাৰে খানে তেওঁৰ বাল্যকাল নাগপুৰৰ তাজ বাগ অঞ্চলত কটাইছে। ১৯৯৫চনত তেওঁ কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ আৰম্ভ কৰিছিল। ইয়াৰ পাছত তেওঁ অটোৰিক্সা চলাবলৈ আৰম্ভ কৰে।

ইয়াৰ পৰাই লাহে লাহে পৰিবহন ব্যৱসায়ত নামি পৰে প্যাৰে। এতিয়া তেওঁ ৩০০খন ট্ৰাকৰ মালিক। তেওঁ মুঠতে ৪০০কোটি টকাৰ সম্পত্তিৰ গৰাকী।

কিন্তু কেবল নাগপুৰেই নহয় এতিয়া সমগ্ৰ দেশেই তেওঁক চিনি পাইছে সম্পত্তিৰ বাবে নহয়, এগৰাকী মানৱ দৰদী, সুহৃদ তথা ত্ৰাণকৰ্তাৰ পৰিচয়েৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd