• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টুইটাৰে কৰিলে চিৰদিনলৈ নিষেধাজ্ঞা! ইনষ্টাগ্ৰামত কন্দনামুৱা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 4:42 pm
টুইটাৰে কৰিলে চিৰদিনলৈ নিষেধাজ্ঞা! ইনষ্টাগ্ৰামত কন্দনামুৱা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা কোনোদিনেই টুইটাৰযোগে উদ্ভট মন্তব্য আৰু ঘৃণা বিয়পাব নোৱাৰিব কংগনা ৰানাৱটে।

শেহতীয়াকৈ ধাৰবাহিকভাৱে বিতৰ্কিত টুইটেৰে চৰ্চিত হোৱা বলিউডৰ অভিনেত্ৰীগৰাকীৰ অফিচিয়েল টুইটাৰ একাউণ্টটো টুইটাৰ কৰ্তৃপক্ষই চিৰদিনৰ বাবে বন্ধ কৰি দিছে।

টুইটাৰৰ নিয়মবিধিসমূহ ধাৰাবাহিকভাৱে ভংগ কৰি অহাৰ বাবেই কংগনাৰ ওপৰত এই ব্যৱস্থা লোৱা হৈছে।

এই সম্পৰ্কত মাইক্ৰ’ব্লগিং চাইটটোৰ এগৰাকী মুখপাত্ৰই নিশ্চিত কৰিছে যে টুইটাৰৰ সকলো ব্যৱহাৰকাৰীৰ বাবে একেধৰণৰ নিয়ম তেওঁলোকে পালন কৰি আহিছে।

শেহতীয়া এটা টুইটযোগে কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল যাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘শান্ত’ কৰিব লাগে।

তদুপৰি মমতা বেনাৰ্জীক ‘শান্ত’ কৰিবলৈ মোদীৰ ২০০০ দশকৰ প্ৰথমভাগৰ ‘বিৰাট ৰূপ’ ধাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰে।

ইয়াৰ পাছতে সামাজিক মাধ্যমত কংগনা সমালোচিত হয়।

নিৰ্বাচনৰ ফলাফলৰ পাছত বংগত দেখা দিয়া ৰাজনৈতিক হিংসাক সমালোচনা কৰি কংগনাই আনকি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰো দাবী জনাইছে।

তেওঁৰ ওপৰত টুইটাৰে এই ব্যৱস্থা লোৱাৰ পাছতে কংগনাই ইনষ্টাগ্ৰামযোগে এটা ভিডিঅ’ প’ষ্ট কৰি নিজৰ ক্ষোভ ব্যক্ত কৰিছে।

 

View this post on Instagram

 

A post shared by Kangana Ranaut (@kanganaranaut)

ভিডিঅ’টোত কথা কওঁতে তেওঁক কন্দনামুৱা হৈ পৰা দেখা যায়।

তেওঁ কয় যে ইয়াৰ দ্বাৰা গণতন্ত্ৰক হত্যা কৰা হৈছে।

এইক্ষেত্ৰত তেওঁ টুইটাৰে বৰ্ণবৈষম্যবাদ কৰা বুলিও অভিযোগ কৰিছে।

তদুপৰি তেওঁৰ টুইটাৰ একাউণ্ট বন্ধ কৰাৰ যোগেৰে ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষড়যন্ত্ৰ চলি থকা বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে বংগত বিজেপিয়ে পৰাজয়বৰণ কৰাৰ পাছতে কংগনাই কেইবাটাও অশোভনীয় টুইট কৰি আহিছিল।

এটা টুইটাৰত তেওঁ লিখিছিল যে বাংলাদেশী আৰু ৰোহিঙিয়াই হৈছে মমতা বেনাৰ্জীৰ আচল শক্তি।

বংগত হিন্দুসকল সংখ্যগৰিষ্ঠ হৈ থকা নাই বুলিও তেওঁ টুইটটোত আজৱ মন্তব্য কৰিছিল।

মমতা বেনাৰ্জীক ‘ৰাৱণ’ বুলি অভিহিত কৰাৰ উপৰিও বংগ কাশ্মীৰলৈ পৰ্যবসিত হোৱা বুলিও মন্তব্য কৰিছিল তেওঁ।

তদুপৰি নিৰ্বাচনত মমতা বেনাৰ্জী বিজয়ী হোৱাৰ পাছত তেওঁ কৈছিল যে গণতন্ত্ৰ এটা ধাপ্পাবাজীৰ বাদে একো নহয়।

কংগনাৰ ওপৰত টুইটাৰে লোৱা এই ব্যৱস্থাক সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন মহলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm
উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ ২২ জন সাংসদৰ জাল চহী! মনোনয়ন পত্ৰ নাকচ

August 25, 2025 3:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd