• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে’-কংগ্ৰেছক কটাক্ষ লুৰীণৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2021 5:12 pm
WhatsApp-Image-2021-04-03-at-2.22.35-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্ম হৈ প্ৰথম নিৰ্বাচন খেলাৰ পাছত পৰাজয়বৰণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছে নিজৰ ভুলৰ বাবেই নিৰ্বাচনত পৰাস্ত হ’বলগীয়া হ’ল বুলি আজি এক সংবাদমেলযোগে কটাক্ষ কৰে।

লুৰীণে কয়, ‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে।‘

‘নিজৰ পৰাজয়ৰ দুৰ্বলতা কাৰোবাৰ গালৈ ঠেলি দি এই দোষৰ পৰা সাৰিব নোৱাৰে। আমি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ পৰা দূৰত থাকিম।‘ অজাপৰ বাবে নিৰ্বাচনত পৰাজিত হোৱা বুলি কংগ্ৰেছে কৰা দাবীৰ প্ৰত্যুত্তৰত লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।

ইপিনে, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে আন এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বোকোচাত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে বুলি পূৰ্বৰে পৰা অসম জাতীয় পৰিষদে কৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে।

আনহাতে,সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয় দলৰ পৰা অসম জাতীয় পৰিষদে সমদূৰত্ব অক্ষুণ্ণ ৰাখিব বুলি উল্লেখ কৰি লুৰীণে পুনৰ কয়, ‘বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ এটা সাম্প্ৰদায়িক শক্তিৰ বোকোচাত উঠি যি ৰাজনীতি কৰিলে তাৰ বাবেই বিজেপি শাসনৰ গাদীলৈ অহাৰ বাট প্ৰশস্ত কৰিলে।‘

অজাপৰ স্থিতি আজিও স্পষ্ট বুলি দাবী কৰি লুৰীণে কয়, ‘আমি একেলগে হিন্দু সাম্প্ৰদায়িকতাবাদ আৰু মুছলমান সাম্প্ৰদায়িকতাবাদ দুয়োটাৰে বিৰোধিতা কৰো। দুয়োটাৰে অৱসান ঘটাই অসমত সমন্বয়বাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বদ্ধপৰিকৰ।‘

‘আমি যুঁজিম আৰু আমি জিকিম’ এই মানসিকতাৰে অসম জাতীয় পৰিষদ আগন্তুক দিনত আগবাঢ়ি যাব বুলি লুৰীণে কয়।

ইয়াৰোপৰি, অসমত ভাল সমাজ আৰু সুস্থ গণতন্ত্ৰৰ বাবে সাম্প্ৰদায়িকতাৰ উৰ্দ্ধলৈ গৈ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব বুলি লুৰীণে কয়।

ইপিনে, প্ৰায় ৭ লক্ষাধিক ভোটাৰে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ পক্ষত মতদান কৰা বুলি জানিবলৈ দি লুৰীণে সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনায়।

তেওঁ আৰু কয়, ‘অসমৰ সুস্থ সমাজ আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে জাতীয়তাবাদৰ বিকল্প নাই। অসম জাতীয় পৰিষদৰ ধাৰা আগন্তুক দিনত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd