• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড লকডাউন : দিল্লীত ১০,০০০ প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ কৰিব ছানি লিয়নীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 5:22 pm
486
VIEWS
Share on FacebookShare on Twitter

ক’ভিড পৰিস্থিতি প্ৰব্ৰজিত শ্ৰমিকসকলে নানাধৰণৰ আহুকালৰ সম্মুখিন হৈ আহিছে।

যোৱা বৰ্ষত অসংখ্য প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশাৰ কথা সকলোৱে জানে।

শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰী ছানি লিঅ’নী এই শ্ৰমিকসকলৰ বাবে আগবাঢ়ি আহিছে।

পেটাই (PETA) আৰু উদয় ফাউণ্ডেচন নামৰ এটা এনজিঅ’ই আয়োজন কৰা কৰ্মসূচীত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে।

সেই মৰ্মে ৰাজধানী দিল্লীত ১০,০০০ জন প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰা হ’ব।

খাদ্যসমূহ হ’ব চাউল, দাইল, খিচিৰি আৰু ফল-মূল।

এই সম্পৰ্কত ছানি লিঅ’নীয়ে কয় যে সংকটৰ সময়ছোৱাত এই মানৱীয় প্ৰচেষ্টাত ভাগ ল’বলৈ পাই তেওঁ যথেষ্ট উৎসাহী।

মহমাৰীৰ এই সময়ছোৱাত হাজাৰ হাজাৰ দৰিদ্ৰ লোকে প্ৰটীনসমৃদ্ধ নিৰামিষ খাদ্য খাবলৈ পোৱাৰ প্ৰয়োজন বুলিও তেওঁ এটা বক্তব্যত কয়।

অৱশ্যে কেৱল ছানি লিঅ’নীয়েই নহয়, ক’ভিডৰ সময়ছোৱাত বহুকেইজন বলিউদী তাৰকাই প্ৰব্ৰজিত শ্ৰমিক আৰু স্বাস্থ্যকৰ্মীসকলৰ বাবে খাদ্যসামগ্ৰীৰ যোগান ধৰি আহিছে।

উদাহৰণস্বৰূপে ছলমান খানে মুম্বাইৰ ৱৰ্লী আৰু জুহু অঞ্চলত ট্ৰাকযোগে খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

ইয়াৰ উপৰিও শিল্পা চেট্টী, ছনু সুদ, ভূমি পেডনেকাৰ, জেকুলিন ফাৰ্ণাণ্ডেজ, অক্ষয় কুমাৰ, ভিকী কৌশল, প্ৰিয়ংকা চোপ্ৰাইও নিজা নিজা উদ্যোগ হাতত লৈছে।

Recent News

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd