• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“বিৰোধী শক্তি ঐক্যবদ্ধ হব নোৱাৰাৰ বাবেই বিজেপিৰ বিজয় হ’ল” অজিত কুমাৰ ভূঞা

"মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ-বিসম্বাদ আৰম্ভ হৈছে বিজেপি দলৰ মাজত"—অজিত ভূঞা

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 7, 2021 2:49 pm
ajit
681
VIEWS
Share on FacebookShare on Twitter

শুক্ৰবাৰে এক সংবাদমেলত সাংসদ অজিত ভুঞাই বিৰোধী শক্তি ঐক্যবদ্ধ হব নোৱাৰাৰ বাবেই বিজেপিৰ বিজয় হ’ল বুলি উল্লেখ কৰে।

আনহাতে তেওঁ বিজেপিক উদ্দেশ্যি কয়”টকা পইচা সৰহ হাৰত শাসক পক্ষই বিলাইছিল আৰু সেইবাবেই মই আৰম্ভণিৰে পৰাই কৈ আহিছিলো বিৰোধী শক্তিক এক্যবদ্ধ হ’বলৈ। আমাৰ আঞ্চলিক গণ মৰ্চাৰ তৰফৰ পৰা বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল টকা পইচাৰ ক্ষেত্ৰত, কিন্তু আমি দিছ্পুৰ আৰু বোকাখাতৰ নিচিনা দুখন ঠাইত যুঁজিবলৈ সাজু হৈছিলোঁ।আমি পৰাজয় বৰণ কৰিছোঁ যদিও আমি এই কম সময়ৰ ভিতৰত বহু লোকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হ’লো।”

আনহাতে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিবাদক লৈ ভুঞাই কয় ‘মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ- বিসম্বাদ আৰম্ভ হৈছে বিজেপি দলৰ মাজত আৰু সেইবাবেই এতিয়ালৈকে এই ক’ৰ’না ত্ৰাসৰ মাজতো সোনকালে এখন চৰকাৰ গঠন কৰিব পৰা নাই।ক্ষমতাৰ খকত বলিয়া হোৱাতকৈ ৰাইজৰ উন্নয়ন কৰাটোতহে বেছিকৈ গুৰুত্ব দিয়া উচিত’।

‘অক্সিজেন, ভেকচিন আৰু বিচনাৰ অভাৱত যাতে ৰাইজে জীয়াতো ভুগিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনতাক লগত লৈ কিয় কাম কৰিব নোৱাৰে এইখন চৰকাৰে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দেখা দেখিয়েই হোৱা নাই এতিয়ালৈকে। ভেকচিন গোটাব পৰা নাই অথচ ভুৱা প্ৰচাৰত গুৰুত্ব আৰোপ কৰিছে। সেইখন চৰকাৰে কেৱল মিছা কথা ক’বহে পাৰে আৰু জনতাক  এইদৰে বিপথে পৰিচালিত কৰিছে’—ভূঞাই কয়।

নেতাসকলে বিভিন্ন কথা কৈ পৰিস্থিতি বেলেগ ফালে ঢাল খুৱাব বিচাৰিছে। মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুজঁ নাইকিয়া হ’ব লাগে আৰু ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে।”

তদুপৰি অখিল গগৈক বিজয়ৰ বাবে শুভকামনা জ্ঞাপন কৰি লুৰীনজ্যোতি গগৈ এটা সমষ্টিতো জয়ী হোৱা হলে সুখী হ’লোহেঁতেন বুলি ভুঞাই উল্লেখ কৰে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd