• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিডৰ গণ সংক্ৰমণ : বোকাখাতৰ বৰচাপৰি চাহ বাগিচাক কন্টেনমেন্ট জ’ন ঘোষণা

উত্তম শইকীয়া by উত্তম শইকীয়া
May 8, 2021 3:45 pm
kk
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ বৰচাপৰি চাহ বাগিচাত ৩৯ জন লোকৰ শৰীৰত ক’ভিড সংক্ৰমন ধৰা পৰাৰ পিচত মহকুমা প্ৰশাসনে বাগিচা খনক কন্টেনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে ৷

কন্টেনমেন্ট জ’ন ঘোষণা কৰাৰ পিচতে বাগিচা খনৰ প্ৰৱেশ পথত প্ৰশাসনে প্ৰৱেশ নিষিদ্ধ কৰি দিয়া অস্থায়ী বেৰা একাংশ লোকে ভাঙি দিয়াৰো খবৰ আহিছে ৷

Apply Now

ইফালে বোকাখাতৰ মহকুমা স্বাস্থ্য বিভাগে দিয়া তথ্য মতে মহকুমাটোত আজি পুনৰ ২৬ জন লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে ৷

ইয়াকে লৈ বোকাখাত মহকুমাত ক’ভিড ৰোগীৰ সংখ্যা ৩৪৩ জনলৈ বৃদ্ধি পালে ৷ মহকুমাটোত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱালৈ চাই আজি জাৰি কৰা এক নিৰ্দেশৰ যোগেদি মহকুমাটোৰ সকলোবোৰ সপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে মহকুমা প্ৰাশাসনে ৷

চাহ বাগিচাসমূহত কোভিড মহামাৰীৰ ক্ৰমবৰ্ধমান সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে   মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত মহকুমাৰ চাহবাগিচাৰ পৰিচালকসকলৰ এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মহকুমাধিপতিগৰাকীয়ে চাহবাগিচাসমূহত ক’ভিড সম্পৰ্কীয় চৰকাৰী নীতি নির্দেশনা সমূহ যাতে সুচাৰুৰূপে পালন কৰা হয় সেয়া নিশ্চিত কৰিবলৈ পৰিচালকসকলক নিৰ্দেশ দিয়ে।

চাহবাগিচাৰ স্বাস্থ্য কৰ্মী তথা বাগিচাৰ চিকিৎসালয়সমূহৰ লেবৰটেৰী টেকনিচিয়ান সকলক ক’ভিড টেষ্টৰ যাৱতীয়  প্ৰশিক্ষণৰ সম্পৰ্কতো সভাত  আলোচনা কৰা হয়।

বোকাখাত মহকুমাৰ অন্তর্গত হোটেল, ৰিজৰ্ট, বজাৰ এলেকা আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অৱস্থিত সকলো ধৰণৰ দোকান, চাহ দোকান, ৰেষ্টুৰেণ্ট, ধাবা আদিৰ মালিক আৰু কৰ্মচাৰীসকলক অহা ১৫ মে’ৰ ভিতৰত নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা ক’ভিড পৰীক্ষাকেন্দ্ৰত বাধ্যতামূলক ভাবে কোভিড -১৯ ৰ পৰীক্ষা কৰাবলৈকো মহকুমাধিপতিয়ে নিৰ্দেশ দিছে ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd