• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কুম্ভকৰ্ণ নিদ্ৰা এৰক, দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰক’, কেন্দ্ৰক সকিয়ালে কোনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 4:23 pm
cooo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ  কোভিড পৰিস্থিতি এতিয়া জটিল হৈ পৰিছে। এনে পৰস্থিতিত কুম্ভকৰ্ণ নিদ্ৰা ত্যাগ কৰি সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ দাবী জনালে ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে।

আজি ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে দেশত ক’ৰ’নাৰ সংক্ৰমণৰ শৃংখল ভাঙি পৰস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ লকডাউন দিয়াৰ বিকল্প নাই।

Apply Now

লকডাউন দিলে দেশৰ স্বাস্থ্য সেৱাৰ পৰিকাঠামোও পুনৰ সুন্দৰ ভাবে গঢ়ি তুলিব পৰা যাব বুলি ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে মতপোষণ কৰে।

বিজ্ঞপ্তিখনত সংস্থাটোৱে লগতে এইবুলিও আক্ষেপ কৰিছে যে পূৰ্বে সংস্থাটোৱে চৰকাৰক দিয়া পৰামৰ্শ চৰকাৰে কাৰ্যকৰী কৰাৰ সলনি ডাষ্টবিনলৈ নিক্ষেপহে কৰিলে।ফলত দেশত ক’ৰ’না পৰিস্থিতি জটিল হৈয়ে ৰৈছে।

#PMOIndia #NITIAayog #LargestVaccineDrive #IMAIndiaOrg IMA demands the health ministry wake up from its slumber and responds to mitigate the growing challenges of the pandemic. pic.twitter.com/7OxKgLhi9Q

— Indian Medical Association (@IMAIndiaOrg) May 8, 2021

অৰ্থনীতিতকৈ জীৱন বেছি মূল্যৱান বুলি উল্লেখ কৰি সংস্থাটোৱে লগতে কৈছে যে নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে যদিও এই ব্যৱস্থা মুঠেও ফলদায়ক হোৱা বুলি প্ৰমাণ হোৱা নাই। সেয়ে সম্পূৰ্ণ লকডাউনৰহে প্ৰয়োজন আহি পৰিছে।

উল্লেখ্য দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৱে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিদিনে দেশত লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। এনে সময়তে দেশৰ শেহতীয়া কোভিড পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়ো।

ক’ৰ’নাৰ মহা সংক্ৰমণ  ৰোধৰ বাবে সেয়ে উচ্চতম ন্যায়ালয়ে অলপতে কেন্দ্ৰ আৰু  ৰাজ্য সমূহক লকডাউনৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ খণ্ডপীঠে  ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লকডাউনৰ বিকল্প নাই বুলি মন্তব্য কৰাৰ লগতে এই বিষয়ত সেয়ে চিন্ত চৰ্চা কৰিবলৈ খণ্ডপীঠ খনে ৰাজ্য সমূহক পৰামৰ্শ দিছিল।

জনস্বাৰ্থৰ খাতিৰতে লকডাউন দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে বুলি আদালতে মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে।

মাৰ্কিন স্বাস্থ্য বিশেষজ্ঞ ফাউচিয়েও লকডাউনৰ জৰিয়তেহে ক’ৰ’না সংক্ৰমণৰ শৃংখল ভাঙি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় বুলি কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত কৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd