• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৩ বৰ্ষীয় এগৰাকী তৰুণীক একেলগে ৬ ড’জ ভেকচিন প্ৰদান!: ইয়াৰ পিছত কি হ’ল যুৱতীগৰাকীৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2021 4:11 pm
Woman
953
VIEWS
Share on FacebookShare on Twitter

এটা বা দুটা ড’জ নহয়, এগৰাকী তৰুণীক ৬ টাকৈ কোভিড ভেকচিনৰ ড’জ দিয়াৰ দৰে অতি ভয়ংকৰ এক ঘটনা সংঘটিত হৈছে।

এই চৰম দায়িত্বহীন কাণ্ডটো সংঘটিত হৈছে ইটালীৰ এখন চিকিৎসালয়ত।

ঘটনাৰ বিৱৰণীৰ মতে ইটালীৰ এগৰাকী ২৩ বছৰীয়া তৰুণীক যোৱা দেওবাৰে ফাইজাৰৰ কোভিড ভেকচিন প্ৰদান কৰাৰ সময়ত চৰম দ্বায়িত্বহীনতাৰ পৰিচয় দি একেলগে ৬ টাকৈ ড’জ প্রদান কৰা হয়।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয়খনত হৈ চৈৰ সৃষ্টি হয় আৰু লগে লগে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসকৰ নিৰীক্ষণত ৰখা হয়।

ঘটনাটো সংঘটিত হোৱা চিকিৎসালয়খনৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে যে এটা বটলত ভেকচিনটোৰ ৬ টাকৈ ড’জ থাকে আৰু ভুলক্ৰমে স্বাস্থ্যকৰ্মীগৰাকীয়ে ৬ টাকৈ ড’জ একেলগে যুৱতীগৰাকীক প্ৰদান কৰে।

মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভেকচিনৰ খালী বটলটোৰ সৈতে আৰু পাঁচটা অব্যৱহৃত চিৰিঞ্জত উদ্ধাৰ হোৱাৰ পিছতে এই মাৰাত্মক ঘটনাটো পোহৰলৈ আহে। আৰু নিজৰ ভুল ধৰিব পাৰি লগে লগে চিকিৎসাকৰ্মীগৰাকীয়ে মাৰাত্মক ঘটনাটোৰ বিষয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষক অৱগত কৰে।

ইয়াৰ পিছতে তৰুণীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসকৰ নিৰীক্ষণত ৰখা হয়। চিকৎসকৰ প্ৰাথমিক পৰ্যবেক্ষণত যুৱতীগৰাকীয়ে কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা নাই বুলি প্ৰকাশ পাইছে।

সোমবাৰে সুস্থ হৈ থকাত যুৱতীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছে। অৱশ্যে ঘৰলৈ যাবলৈ দিলেও যুৱতীগৰাকীৰ স্বাস্থ্যৰ ওপৰত চিকিৎসকে নিৰীক্ষণ ৰাখিব বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd